Investigative reporting with dedication.
১৯৭৯ চনৰ আজিৰ দিনটোতেই নোবেল বঁটাৰে সন্মানিত হৈছিল মাডাৰ টেৰেছাঃ কিন্তু কিহৰ বাবে?

ভাৰতবৰ্ষত মাডাৰ টেৰেছাৰ নাম আৰু কামৰ কথা নুশুনা মানুহ হয়তো খুব কমেই ওলাব। দেশৰ নিষ্পেষিত, শোষিত আৰু বঞ্চিত ভোকাতুৰ দৰিদ্ৰ জনতাৰ বাবে টেৰেছা আছিল ঈশ্বৰৰ ৰূপ। মাডাৰ টেৰেছাৰ প্ৰকৃত নাম হৈছে এঞ্জেজ গনক্সে বোজাক্সিউ। The Norwegian Nobel Committee-এ মাদাৰ টেৰেছাক…










