The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

বিপদৰ সময়ত আমেৰিকাই সংগ এৰিলে ইউক্ৰেইনৰ

ইউক্ৰেইনত ৰাছিয়াই ১৬০ টাতকৈও অধিক মিছাইলেৰে এতিয়ালৈকে আক্ৰমণ চলালে ৷ দুৰ্বল ইউক্ৰেইনৰ একমাত্ৰ আশা – ভৰষা আছিল আমেৰিকা আৰু নৰ্থ আটলান্টিক এছোছিয়েশ্যন অৰ্থাৎ নাটো ৷ কিন্তু বিপদৰ সময়ত সকলোৱে অকলশৰীয়া কৰিলে ইউক্ৰেইনক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইউক্ৰেইনলৈ আমেৰিকান সেনা…

এইবাৰ চীনেও ৰচিছে আক্ৰমণৰ পৰিকল্পনা

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই চীনে গ্ৰহণ কৰিছে এক নতুন পৰিকল্পনা ৷ বৃহস্পতিবাৰে টাইৱানৰ আকশত দেখা যায় চীনৰ ৯ খনকৈ যুঁজাৰু বিমান ৷ এইদৰে এটা মাহত চীনে ১২ বাৰ টাইৱানত প্ৰৱেশৰ চেষ্টা চলাইছে ৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পূৰ্বে চীন…

ইউক্ৰেইনত ইটোৰ পাছত সিটো মিছাইলেৰে আক্ৰমণ : দ্বিতীয় বিশ্বযুদ্ধৰ দৰে পৰিৱেশ

ইটোৰ পাছত সিটো মিছাইল আক্ৰমণত ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই কয় যে ৰাজধানী কীৱত ৰাছিয়াই ভয়ানক ৰকেট আক্ৰমণ সংঘটিত কৰিছে ৷ ১৯৪১ চনত শেষৰবাৰৰ বাবে এই চহৰ এনে ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হৈছিল…

ইউক্ৰেইন যুদ্ধ : ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়ালৈকে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহন কৰা নাই ৷ এক নিৰপেক্ষ অৱস্থানৰ পৰা ভাৰতে কেৱল শান্তিৰ আহ্বানহে কৰি আহিছে ৷ কিন্তু আজিৰ পৰিস্থিতিত…

ইউক্ৰেইন যুদ্ধ : কোন দেশ কাৰ লগত ?

ৰাছিয়াই ইউক্ৰেইনত ক্ৰমাগত দ্বিতীয়টো দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ যুদ্ধৰ বিভীষিকা সমগ্ৰ বিশ্বতে অনুভূত হৈছে ৷ এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ একাংশ দেশে ৰাছিয়াৰ পক্ষ গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই ইউক্ৰেইনৰ কাষত থিয় দিছে…

অসহায় ইউক্ৰেইন :১৩৭ জনৰ মৃত্যু : ৰাজধানী কীৱ দখলৰ দিশে ৰাছিয়া

শুক্ৰবাৰে পুৱাই ইউক্ৰেইনৰ ৰাজধানী কীৱত আক্ৰমণ সংঘটিত কৰে ৰাছিয়ান সেনাই ৷ ৰাজধানী চহৰখনত বাস কৰা লোকসকলে আণ্ডাৰগ্ৰউণ্ড টেংকাৰত আশ্ৰয় গ্ৰহণ কৰিছে ৷ এনে যুদ্ধবিধ্বস্ত পৰিস্থিতিৰ মাজত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনস্কিয়ে ঘোষণা কৰিছে যে ৰুছ সেনাই ইতিমধ্যে ৰাজধানীত প্ৰৱেশ কৰিছে আৰু…

ৰাছিয়া-আমেৰিকাৰ ৰঙা চকু,বিপদত ভাৰত।

প্ৰতিশ্ৰুতি,সংকল্প,আকাশলংঘী কথা।বাস্তৱলৈ ঘূৰি চালে ফোঁপোলাস্বৰূপ এটা।চাহাবে কৈছে মোৰ প্ৰতি মোহিত হৈ যোৱা,কিয়নো মই দেশৰ শক্তিশালী নেতা। এই পৰিস্থিতিত আজি দেশত এক শক্তিশালী নেতৃত্ব লাগে।দেশ মজবুত কৰিবৰ বাবে,বিশ্বৰ এই সংকটৰ সময়ত নিজ দেশক নেতৃত্ব দিবৰ বাবে দেশক এক শক্তিশালী নেতৃত্ব লাগে।পৃথিৱীজুৰি…

যুদ্ধ আৰম্ভ : ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ মোদীলৈ কি আহ্বান?

বৃহস্পতিবাৰে পুৱাৰে পৰা ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই ৷ এনে পৰিস্থিতিত ইউক্ৰেইনে বিচাৰিছে ভাৰতৰ সহায় ৷ ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ডা: আইগৰ পোলিখাই সংবাদমাধ্যমৰ আগত কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সন্মানীয় নেতাসকলৰ ভিতৰত অন্যতম ৷ ইউক্ৰেইনে আশা কৰে…

যুদ্ধ আৰম্ভ : তেলৰ বজাৰত জ্বলিছে জুই

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত মিছাইল আক্ৰমণ আৰম্ভ কৰাৰ পাছতে তেলৰ বজাৰতো জুই জ্বলিছে ৷ প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১০০ ডলাৰতকৈও অধিক হৈ পৰিছে ৷ ৰাছিয়া আৰু চৌদী আৰৱেই হ’ল খাৰুৱা তেল সৰ্বাধিক পৰিমানে মজুত থকা দুখন দেশ ৷ ৰাছিয়াৰ পৰাই…