The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

কমেডিয়ানৰ পৰা কেনেকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হৈছিল জেলেনস্কি?

এসময়ত তেও এগৰাকী জনপ্ৰিয় কমেডিয়ান৷প্ৰথমে এখন চিৰিজত তেও এজন শিক্ষকৰ পৰা এখন দেশৰ ৰাষ্ট্ৰপতি হৈছিল৷কিন্তু সেইজন কমেডিয়ানেই এসময়ত বাস্তবতো নির্বাচিত হল দেশৰ ৰাষ্ট্ৰপতি হিচাপে৷কমেডিয়ান অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱা এইগৰাকী ৰাজনীতিকে এতিয়া ৪৫ মিলিয়ন জনতাৰ দেশখনক ৰাছিয়াৰ কবলৰ পৰা ৰক্ষা…

চমনৰ পিছতো আদালতত উপস্থিত নহল কিয় হিমন্ত বিশ্ব শর্মা?

আদালতত উপস্থিত নহল হিমন্ত বিশ্ব শর্মা৷২৫ ফেব্ৰুৱাৰীত এক চমন জাৰি কৰি চিজিএম আদালত উপস্থিত থাকিবলৈ নিদের্শনা দিয়া হৈছিল হিমন্ত বিশ্ব শর্মাক৷কিন্তু শুক্ৰবাৰে আদালতত উপস্থিত নহল হিমন্ত বিশ্ব শর্মা৷অতিৰিক্ত সময় বিচাৰি আদালতত আবেদন জনায় মুখ্যমন্ত্ৰীৰ অধিবক্তাই৷আদালতে পৰবর্তীৰ শুনানীৰ দিন ২১ মার্চত…

কোন পথেৰে ইউক্ৰেইনৰ পৰা বাহিৰলৈ ওলাব আৱদ্ধ ভাৰতীয় ?

ইউক্ৰেইনত আৱদ্ধ হৈ আছে কমেও ২০ হাজাৰ ভাৰতীয় নাগৰিক ৷ অধিকাংশই ছাত্ৰ – ছাত্ৰী ৷ বিমানসেৱা বন্ধ হৈ পৰাৰ বাবে আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰত জটিলতাৰ সৃষ্টি হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে সদৰী কৰা অনুসৰি , ভাৰত চৰকাৰে ৰোমানিয়া আৰু হাংগেৰীৰ…

ইউক্ৰেইনক লৈ আকৌ কি হুংকাৰ দিলে ৰাছিয়াই ?

ৰুছ সেনাই ইউক্ৰেইনৰ ৰাজধানীত ইতিমধ্যে প্ৰৱেশ কৰিছে ৷ দুয়োপক্ষৰ মাজত অব্যাহত আছে প্ৰচণ্ড গোলাবৰ্ষন ৷ তাৰ মাজতে আকৌ এবাৰ হুংকাৰ দিছে ৰাছিয়াই ৷ৰাছিয়াৰ বিদেশ মন্ত্ৰী লাভৰোভে কয় যে ইউক্ৰেইনত এনে এক পৰিস্থিতিৰ উদ্ভৱ হ’ল যে ৰাছিয়া মৌন হৈ থাকিব নোৱাৰে…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ : খাবলৈ চাউল নাই , পানী নাই

‘ইউক্ৰেইনত আকাশী মাৰ্গৰ পৰা আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে ৷ বজাৰৰ পৰা সকলো লোকেই দাইল , আটা , চাউল কিনি লৈ গৈছে ৷ খাদ্য সামগ্ৰী কিনিবলৈ নোপোৱা হৈছে ৷ আমাৰ ওচৰত কেৱল মেগী , অলপ ফল…

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ প্ৰস্তুতি কেন্দ্রীয় চৰকাৰৰ

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ প্ৰস্তুতি চলাইছে কেন্দ্রীয় চৰকাৰে। এয়াৰ ইণ্ডিয়া বিমানেৰে ওভতাই আনিব ভাৰতীয়সকলক। প্ৰথমে ইউক্রেনত অধ্যয়ন কৰি থকা ছাত্র-ছাত্ৰীসকলক ওভতাই অনাৰ পৰিকল্পনা কৰিছে চৰকাৰে। যাত্ৰাৰ সকলো খৰচ বহন কৰিব ভাৰত চৰকাৰে। ৰোমানিয়া আৰু হাংগেৰী সীমান্তলৈ নিজেই গাড়ীৰে আহিব…

ইউক্ৰেইন যুদ্ধৰ পৰিণতি কি ?

অৱশেষত দেখা গ’ল যে যুদ্ধভূমিত অকলশৰীয়া হৈ পৰিছে ইউক্ৰেইন ৷ আমেৰিকাই নিজৰ সেনা প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছে ৷ ফ্ৰান্স , জাৰ্মানীয়েও পিছ হুহুকিছে ৷ একমাত্ৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক বাদ দি কোনো এজন ৰাষ্ট্ৰনেতাই যুদ্ধত নিজকে জড়িত কৰিবলৈ সাজু নহয়…

পুটিনে কিয় ইউক্ৰেইন আক্ৰমণ কৰিলে ?

সমগ্ৰ বিশ্বই এতিয়া এজন মানুহৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিছে ৷ তেওৰ নাম ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন ৷ আমেৰিকা , ইউৰোপৰ কঠোৰ সকীয়ণি , সমগ্ৰ বিশ্বৰ আগ্ৰহ – আবেদন নেওচি তেও ইউক্ৰেইন আক্ৰমণ কৰিছে ৷ এক সংশয়পূৰ্ণ পৰিস্থিতিৰ দিশে ঠেলি…

“পুটিনৰ কাম-কাজ হিটলাৰৰ দৰে”…..

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ নিৰ্দেশনা দিয়াৰ পাছতেই এই নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ দাবীৰে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাজপথলৈ ওলাই আহিছে ৰাছিয়াৰ সহস্ৰজন বাসিন্দা৷ ৰাছিয়াৰ ৰাজধানী মস্কোত প্ৰতিবাদ কৰে শ শ জনতাই। পোষ্টাৰত লিখিছিল, “মানৱতাৰ জয় হওঁক”, “আমাক যুদ্ধ নালাগে৷” “পুটিনৰ…