Investigative reporting with dedication.

ন-ন আৱিষ্কাৰৰ ক্ষেত্রত বিশ্বৰ ভিতৰত চৰ্চাত থাকে চীন। এইবাৰ ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য। আচল সূৰ্যতকৈ ৫ গুণ শক্তিশালী কৃত্রিম সূৰ্যৰ তাপমাত্রা ৭০ নিযুত ডিগ্রী ছেলছিয়াছ। উৎক্ষেপণৰ পাছত ১৭ মিনিট ৩৬ ছেকেণ্ড সময়ৰলৈকে তাপমাত্ৰা ধৰি ৰাখিছিল কৃত্ৰিম সূৰ্যটোৱে। ১০ হাজাৰতকৈ অধিক বিজ্ঞানীৰ দলে এই পৰীক্ষণ কৰিছিল। ব্যয় হৈছিল ৭০৬০ কোটি টকা।



