Investigative reporting with dedication.

৫৭ হাজাৰ টকীয়া চকীত বহে ৰাজ্যৰ এখন উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী।শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীৰ বাবে কৰ্তৃপক্ষই ক্ৰয় কৰি দিয়ে ৫৭ হাজাৰ টকীয়া চকী।হয়,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ একোজন শিক্ষাৰ্থীৰ বাবে ৫৭,৩৯৯ টকা মূল্যৰ চকী ক্ৰয় আহিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।সৱিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন

