কোনে গোচৰ তৰিলে কংগনাৰ বিৰুদ্ধে?

Share This Article

কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ ৰুজু৷মুম্বাইত কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ দাখিল এটা শিখ সম্প্ৰদায়ৰ৷শিখ কৃষকক খালিস্তানী আখ্যা দিয়াৰ অভিযোগত গোচৰ দাখিল কৰা হৈছে কংগনাৰ বিৰুদ্ধে৷শিখ সংগঠনটোৰ অভিযোগ-কংগনাই ইচ্ছাকৃতভাৱে কৃষক আন্দোলনক খলিস্তানী আন্দোলন বুলি অভিহিত কৰিছে। কংগনাৰ এই মন্তব্যই শিখ সম্প্ৰদায়ৰ অনুভূতিক তীব্ৰ আঘাত সানিছে। ভাৰতীয় অন্নদাতা কৃষকসকলক খলিস্তানী বুলি কৈ কংগনাই কৃষকসমাজক কৰিলে ঘোৰ অপমান।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.