বিপদত GNRC হাস্পতাল কৰ্তৃপক্ষ,আৰক্ষীৰ নজৰত GNRC

ৰাজ্য কঁপাই যোৱা গুৱাহাটী মহানগৰীৰ ৰুক্মীণী গাঁও কাণ্ডৰ নতুন মোৰ। মডেল ৰাজকন্যা বৰুৱা সন্দৰ্ভত এতিয়া বিপদত পৰিছে GNRC হাস্পতাল কৰ্তৃপক্ষ। ঘন্টা ঘন্টা জেৰাৰ সন্মুখীন হ’ল চিকিৎসক নৱনীল বৰাৰ লগতে GNRC হাস্পতালৰ উপ স্বাস্থ্য অধীক্ষক সৰোজ সিঙ। লগতে জেৰাৰ অন্তত GMCH ত স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যাব দিয়া হয় সৰোজ সিঙক।

Leave a Reply

Your email address will not be published. Required fields are marked *