সংগীতৰ বাবেই আফগানিস্তান এৰিবলৈ বাধ্য হোৱা আয়েশা খান এতিয়া ক’ত আছে?

তালিবানে কাবুল দখল কৰাৰ পিছত নিজৰ ঘৰ আৰু দেশ এৰিবলৈ বাধ্য হৈছিল আয়েশা খান। আয়েশাই বিগত বৰ্ষৰ পৰা কাবুলত সংগীত শিকি আছিল আৰু লাইভ অনুষ্ঠান পৰিবেশন কৰিছিল। কিন্তু যেতিয়া তালিবান কাবুলৰ ওচৰত উপস্থিত হৈছিল তেতিয়া আয়েশাই কাবুল এৰিব লগা হৈছিল। এতিয়া অজ্ঞাত মুলকৰ অজ্ঞাত চহৰৰ এটা কোঠাৰ ফ্লেটত কেইবা সপ্তাহ ধৰি বন্দী হৈ থাকিবলৈ বাধ্য হৈছে আয়েশা খান।

Leave a Reply

Your email address will not be published. Required fields are marked *