কামপুৰত ভলীবল প্ৰতিযোগিতা

কামপুৰৰ উন্নয়ন আৰু উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ব ভলীবল প্ৰতিযোগিতা।১৭ ডিচেম্বৰত কামপুৰত অনুস্থিত হ’ব দিবা -নৈশ ভলীবল।মঙলবাৰে এখন সংবাদমেলত এই কথা সদৰী কৰে আয়োজকে।মুঠ ছটা দলে অংশগ্ৰহন কৰিব এই প্ৰতিযোগিতাত ।কামপুৰৰ উন্নয়ন আৰু চাফ চিকুণ কৰাৰ লক্ষ্য লোৱা বুলি প্ৰকাশ কৰে সাধাৰণ সম্পাদকদ্বয় ৰাম চন্দ্ৰ বৰা, সম্পাদক বিশ্বজিৎ বৰাই।সংবাদমেলত অংশ লয় উন্নয়ন সমিতিৰ উপ-সভাপতি দ্বয় স্বৰূপ বৰা,ৰাতুল শইকীয়া আদিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *