যুদ্ধ : আৱদ্ধ ভাৰতীয়ক শীঘ্ৰে কিয়েভ ত্যাগৰ নিৰ্দেশ

Share This Article

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক অতি শীঘ্ৰে ৰাজধানী চহৰখন এৰিবলৈ কোৱা হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে কিয়েভত ভাৰতীয়সকল যি পৰিস্থিতিতেই নাথাকক কিয় অতি শীঘ্ৰে চহৰখন এৰিব লাগে ৷ ইউক্ৰেইন আৰু ৰাছিয়াৰ শান্তি আলোচনা বিফল হোৱাৰ পাছতেই এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হয় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.