মাহ এপ্ৰিল 2023

অঘটন ঘটিল JEC ত

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত অঘটন।হোষ্টেলৰ শোৱা কোঠালিতেই ৰহস্য জনক মৃত্যু পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অহা ছাত্ৰৰ। J E.C কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ অভিভাৱকৰ।মহাবিদ্যালয় খনৰ ৫নং হোষ্টেলৰ ৫০৬ নম্বৰ কোঠাত সংঘটিত হৈছে এই ঘটনা। পুৱাই সংঘটিত হোৱা ছাত্ৰ মৃত্যুৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল…

‘হাতী’ৰ জকা ওলাল ,অগপ কিন্তু ‘সুখী ‘ !

অগপৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস পোৱা নাই।আঞ্চলিকতাবাদৰ শক্তি অসমত এতিয়াও অটুট আছে ।নগাঁৱত অসম গণ পৰিষদৰ বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত হৈ এই মন্তব্য অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ।লগতে বঙাইগাঁও সমষ্টিৰ বিধায়ক গৰাকীয়ে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত অগপৰ শক্তি সুদৃঢ় হ’ব…

তৃতীয় লিংগৰ বাবেই বিপদত পৰিব চৰকাৰ !

তৃতীয় লিংগক এক পৃথক জাতি বুলি চিহ্নিত কৰি বিপদত পৰিছে এখন ৰাজ্যৰ চৰকাৰ।লিংগক জাতি হিচাপে পৃথক কৰাক লৈ বিভিন্ন পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে বিহাৰ চৰকাৰ।উল্লেখ্য যে বিহাৰ চৰকাৰে জাতিবোৰক একো একোটা ক’ডেৰে চিহ্নিত কৰাৰ সিদ্ধান্ত লৈছে।প্ৰতিটো জাতিকেই একো একোটা…

ক’লৈ গ’ল বিজেপিৰ ৪২ লাখ সদস্য?

প্ৰতিষ্ঠা দিৱসতে ওলাই পৰিল মুখ্যমন্ত্ৰী বনাম প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সংঘাত !কিয় দলৰ পৰা ইমান দূৰত্ব বৰ্তাই ৰাখিছে ন বিজেপি নেতা-মন্ত্ৰীয়ে?প্ৰতিষ্ঠা দিৱস কিয় বৰ্জন কৰিলে ন-বিজেপিয়ে ?দিল্লী-দিছপুৰত চৰকাৰ থকাৰ পিছতো কিয় ফ্লপ হ’ল শাসকীয় দলটোৰ প্ৰতিষ্ঠা দিৱস?মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা য’লৈকে…

বিজেপি নেতাক গ্ৰেপ্তাৰ কৰি বিপদত আৰক্ষী !

প্ৰশ্নকাকত ফাদিল কৰি তেলেংগানা বিজেপিৰ সভাপতি বান্দী সঞ্জয় গ্ৰেপ্তাৰ হয় বিগত বৃহস্পতিবাৰে।তেলেংগানাৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ হিন্দী প্ৰশ্ন কাকত ফাদিল কৰি গ্ৰেপ্তাৰ হোৱা বিজেপি সভাপতিগৰাকীক বৃহস্পতিবাৰে ন্যায়ালয়ে জামিন প্ৰদান কৰে।অৱশ্যে আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনাটোক অস্বীকাৰ কৰিছে।সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বিজেপিৰ…

জনতাক কোঙা কৰি মন্ত্ৰীৰ লাহবিলাহ !

১৬ গৰাকী মন্ত্ৰীৰ নামত এদিনৰ ব্যয় ৩ কোটি ৬৮ লাখ,কোনোবাই বাৰু বিশ্বাস কৰিবনে? অৰ্থাৎ একোগৰাকী মন্ত্ৰীৰ বাবদ ২৩ লাখ! আৰু ঠিক সেই হিচাপত এখন বৈঠকত একোগৰাকী মন্ত্ৰীৰ নামত হৈছে ২ লাখ ৫৫ হাজাৰ ! গতিকে আপুনি ভাৱক ১২৬ গৰাকী বিধায়কৰ…

নিযুক্তিৰ নামত ভয়ংকৰ কেলেংকাৰী বিজেপিৰ !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল।বিজেপি শাসিত ৰাজ্যবোৰ তো চলিছিল দুৰ্নীতি বিৰোধী শ্লোগান৷’না খাওংগা,না খানে দুংগা’ এইয়া কেৱল মোডী চৰকাৰৰ যে শ্লোগানহে আছিল ,সেয়া স্পষ্ট হৈছে হিমাচল প্ৰদেশত।হিমাচল প্ৰদেশত বিগত ডিচেম্বৰ মাহত অনুষ্ঠিত…

তীব্ৰ সংঘাত অসম বিজেপিত !

অসমত বিজেপিৰ শাসনৰ ইতিমধ্যে ৭ বছৰ সম্পূৰ্ণ হ’বলৈ মাত্ৰ দুটা মাহ বাকী৷নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত সংঘাত ড° হিমন্ত বিশ্ব শৰ্মা দলটোত প্ৰৱেশ কৰা দিনাৰ পৰাই স্পষ্টকৈ প্ৰকাশ পাইছিল।সেই সময়ত ড° হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ অহাত বিৰোধিতা কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয়…

‘জীৱন’ হেৰুৱালে কিন্তু উৰ্বশী ভাগৰা নাই …

ধনৰ লোভেও কিনিব নোৱাৰিলে ঊৰ্বশীৰ ভোক, ঊৰ্বশীৰ বিবেক।৩ মহীয়া সন্তানক লৈ তাতবাতি কৰিবলগীয়া হৈছিল ঊৰ্বশীয়ে। প্ৰায় ২ মাহ ধৰি সাহসেৰে যুঁজ দিয়া প্ৰকৃত ঊৰ্বশীয়ে ন্যায় লাভ কৰিবনে?ঊৰ্বশীৰ সেই এজাহাৰক প্ৰথমাৱস্থাতেই কিয় আৰক্ষীয়ে গুৰুত্ব নিদিলে?অসম আৰক্ষীয়ে ক্ষীপ্ৰতাৰে কৰক তদন্ত, জালত পেলাওক…

গণতন্ত্ৰৰ নামত কি চলিছে দেশত?

বৃহস্পতিবাৰে সংসদ ভৱনৰ পৰা বিজয় চ’কলৈকে কংগ্ৰেছ দলে এক প্ৰতিবাদী সমদল উলিয়ায়।এই প্ৰতিবাদী সমদলৰ নাম দিয়া হয় ‘ত্ৰিৰংগা মাৰ্চ’।দেশত গণতন্ত্ৰ ৰক্ষাৰ বাবেই এই পদক্ষেপ লৈছিল কংগ্ৰেছে৷বিৰোধী দলবোৰৰ ‘যুটীয়া সংসদীয় সমিতি’ গঠনৰ দাবীক সম্পূূৰ্ণ নস্যাৎ কৰি আহিছে শাসক দলে বিজেপিয়ে।কংগ্ৰেছ সভাপতি…