মাহ ছেপ্টেম্বৰ 2021

বন্ধ হ’ব ৰাজ্যৰ দুটাকৈ দূৰদৰ্শন কেন্দ্ৰ

⚫ ৩১ মাৰ্চত বন্ধ হ’ব শিলচৰ আৰু কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰ। ⚫কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগে দুয়োটা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে জাননী। ⚫১৯৮৯ চনতে স্থাপন হৈছিল কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰটো। ⚫দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ পাছত বৰাকবাসীয়ে লাভ কৰিছিল শিলচৰ দূৰদৰ্শন কেন্দ্ৰ। ⚫…

২০১৫ বৰ্ষত শীৰ্ষ স্থানপ্ৰাপ্ত টিনাৰ ভগ্নী ৰিয়াৰ ১৫নং স্থান দখল ইউ পি এছ চিত

⚫ ঘোষিত হল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। ⚫এটা বিশেষ নামক লৈ এতিয়া চৰ্চা দেশজুৰি। ⚫ চৰ্চা লাভ কৰা ৰিয়া ডাবী হ’ল ২০১৫ বৰ্ষত শীৰ্ষ স্থান প্ৰাপক টিনা ডাবীৰ নিজা ভগ্নী। ⚫ আইএএছ বিষয়া টিনা ডাবী বৰ্তমান ৰাজস্থান চৰকাৰৰ বিত্ত…

পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

পুনৰ আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডই কঁপাই হৈছে গুৱাহাটী মহানগৰী। ছবছৰীয়া কণমানি শিশুক হত্যা কৰি পিতৃ ভৱেশ শৰ্মাৰ আত্মহত্যা। পত্নী হিমাদ্ৰী শৰ্মাৰো ডিঙি কাটি হত্যাৰ চেষ্টা ভৱেশ শৰ্মাৰ। সাতগাঁৱৰ এখন হোমিঅ’ ফাৰ্মাচীৰ স্বতাধিকাৰী আছিল ভৱেশ শৰ্মা। ইতিমধ্যে সাতগাঁৱ আৰক্ষীয়ে তদন্ত আৰম্ভ…

বিমল বৰাৰ কেৱল ‘টিভি’ত চমক : অখিল গগৈ

⚫ শক্তিমন্ত্ৰী বিমল বৰাক লৈ সৰৱ বিধায়ক অখিল গগৈ। ⚫ বিমল বৰাই কেৱল টিভি’ত চমক দি থাকোতেই গৈছে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে। ⚫ এতিয়াও থাউৰা সমষ্টিত কাঠ, বাঁহৰ খুটাৰেই বিজুলী বিভাগ চলি আছে বুলি অভিযোগ অখিল গগৈৰ। ⚫ লগতে…

কিমান কোটি টকাৰ সম্পত্তিৰ গৰাকী নৰেন্দ্ৰ মোডী ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া ঘোষণা অনুসৰি তেখেতৰ হাতত থকা মুঠ সম্পত্তিৰ মূল্য হৈছে ৩.০৭ কোটি। বিগত বছৰত মোডীৰ সম্পত্তিৰ মূল্য আছিল প্ৰায় ২.৮৫ কোটি। অৰ্থাৎ চৰকাৰী তথ্য অনুসৰি বিগত এটা বছৰত প্ৰধানমন্ত্ৰী গৰাকীৰ সম্পত্তিৰ মূল্য প্ৰায় ২২ লাখ টকা বৃদ্ধি…

ভাৰতীয় টেবুল টেনিছ দলৰ প্ৰশিক্ষক হিচাপে অসম কন্যা মনালিছা বৰুৱাক নিযুক্তি

⚫ মনালিছা বৰুৱা মেহতাক ভাৰতীয় টেবুল টেনিছ দলৰ প্ৰশিক্ষক নিযুক্তি। ⚫ ১৯৮৭ চনত সন্মানীয় অৰ্জুন বঁটা লাভ কৰিছিল মনালিছা বৰুৱা মেহতাই। ⚫ অসমৰ প্ৰখ্যাত খেলুৱৈ তথা অৰ্জুন বিজয়ী মনালিছাৰ এই নিযুক্তিক লৈ এতিয়া উৎফুল্লিত ৰাজ্যবাসী। ⚫ ২৮ ছেপটেম্বৰৰ পৰা কাটাৰত…

APDCL-ৰ নিযুক্তি কেলেংকাৰীৰ অনুসন্ধান, ১০ জনক গ্ৰেপ্তাৰ

অসম শক্তি বিতৰণ নিগম লিমিটেড চমুকৈ এপিডিচিএলৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে অভিযান অব্যাহত ৰাখিছে। অভিযানত নিযুক্তিৰ কেলেংকাৰী সৈতে জড়িত থকাৰ অভিযোগৰ ভিত্তিত ১০ জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। তাৰে এজন বৰ্তমানেও পলাতক অৱস্থাত। একে সময়তে জালুকবাৰী, বশিষ্ট,…

আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

⚫ নিউয়ৰ্কত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ⚫ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আজি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। ⚫ আজি বিয়লি ৬:৩০ বজাত ভাষণ প্ৰদান কৰিব মোদীয়ে। ⚫ভাষণত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী পদৰ প্ৰসংগত স্থান পোৱাৰ সম্ভাৱনা আছে। ⚫ প্ৰধামন্ত্ৰী গৰাকীৰ ভাষণত…

ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উজ্বলিল অসম সন্তান হাছানুজ্জামান

ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উজ্বলিল অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী। সৰ্ব ভাৰতীয় স্তৰত ২৮৩ নং ৰেংক লাভ কৰিছে হাছানুজ্জামানে। হাছানুজ্জামান AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ। হাইলাকান্দিৰ লখিৰবন্দ নিৱাসী আহমেদ হাছানুজ্জামান। উল্লেখ্য যে হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক। হাছানুজ্জামানৰ…

দলং নিৰ্মাণৰ বাবে মাজুলী পাইছেহি যাৱতীয় সামগ্ৰী

৮ ছেপটেম্বৰত মাজুলীত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাছতে দলং নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতা দেখা গৈছিল । নৱেম্বৰৰ পৰা দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া মাজুলী পাইছেহি কেতবোৰ দলং নিৰ্মাণৰ সামগ্ৰী । উল্লেখ…