মাহ মে’ 2020

‘দোকানত কোনো মুছলমান কৰ্মী নাই’ বিজ্ঞাপন দি গ্ৰেপ্তাৰ বেকাৰিৰ মালিক

‘জৈন বেকাৰছ্ এণ্ড কনফেকছনাৰিজ’৷ চেন্নাইৰ টি নগৰৰ এখন বেকাৰি। বেকাৰিৰ স্বত্ত্বাধিকাৰীয়ে দোকানৰ সন্মুখত আঁৰি দিয়ে এক বিজ্ঞাপনৰ হ’ৰ্ডিং। বিজ্ঞাপনটোত কোৱা হয় -‘জৈন কৰ্মীয়ে খাদ্য প্ৰস্তুত কৰে। দোকানত কোনো মুছলমান কৰ্মী নাই’। কিন্তু কিয় বেকাৰীৰ মালিকে দিলে এই বিজ্ঞাপন? ঘটনাৰ আৰম্ভ…

১৭ মে’ৰ পাছত আৰু কিমান দিন লকডাউন?

লক্ ডাউন পুনৰ বৃদ্ধি হ’ব নেকি? নে অহা দেওবাৰেই শেষ হ’ব দেশজোৰা লক্ডাউন? ৰেড,অ’ৰেঞ্জ আৰু গ্ৰীণ জ’নৰ পৰিৱৰ্তে অন্য পদ্ধতিৰে কোভিড-১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হ’ব নেকি? এনে বহু প্ৰশ্নৰ মাজতেই কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

মাতৃ দিৱসত শচীন টেণ্ডুলকাৰে “আই”ক দিলে নতুন মর্যাদা

মাতৃ দিৱস উপলক্ষে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে নিজ মাতৃক লৈ এটা বিশেষ টুইট কৰিছে। টুইটত টেণ্ডুলকাৰে লিখিছে-“আপুনি মোৰ বাবে আই কাৰণ,মোৰ সকলোবোৰৰ আঁৰত থকা আপুনি আশ্চৰ্যজনক আৰু অপূৰণীয়। মোৰ বাবে কৰা সকলোখিনি কষ্টৰ বাবে ধন্যবাদ।” এইদৰেই লিখি মাতৃৰ সৈতে পূজা…

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা। প্ৰকাশিত খবৰ অনুসৰি উত্তৰ ছিক্কিমৰ নাকুলাত দুই দেশৰ জোৱান সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষত দুয়োপক্ষৰ কেইবাগৰাকী জোৱান আহত হয়। অৱশ্যে সংঘৰ্ষ‌ই তীব্ৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে স্থানীয় পৰ্যায়ত সংঘৰ্ষৰ শাম কাটে। নাম প্ৰকাশত অনিচ্ছুক সেনা বাহিনীৰ বিষয়াই…

ভাৰতৰ পৰা ঔষধ আমদানিকলৈ উত্তাল পাকিস্তানৰ ৰাজনীতি

পাকিস্তানৰ ইমৰান খান চৰকাৰে ভাৰতৰ পৰা ঔষধ আমদানি কৰাৰ সিদ্ধান্তক লৈ উত্তপ্ত হৈ পৰিছে পাকিস্তানৰ ৰাজনীতি,বিৰোধী দলসমূহে ঔষধ আমদানিৰ ঘটনাত দুৰ্নীতি সংঘটিত হোৱা বুলি তদন্তৰ দাবী কৰিছে। পাকিস্তানে ভাৰতৰ পৰা জৰুৰী ঔষধ (লাইফ ছেভিং ড্ৰাগচ) আমদানি কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু…

ভাৰতত ক’ৰোনা : ২৪ ঘন্টাত কি ঘটিল?

ভাৰতত ক’ৰোনাৰ সংক্ৰমনৰ হাৰ প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ • বিগত ২৪ ঘন্টাত দেশখনত নতুনকৈ ৩,২৭৭ গৰাকী লোকৰ দেহলৈ ক’ভিড ১৯ ভাইৰাছ সংক্ৰমিত হৈছে৷ • বৰ্তমান ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৬২,৯৩৯ গৰাকী৷ • এই ৰোগত মৃত্যু হোৱা লোকৰ…

ঘৰমুৱা জুবিন…

ঘৰৰ নিচিনা ঠাই আন ক’তো নাই৷ মই ওভতাৰ পথত… মুম্বাইৰ পৰা ঘৰলৈ উভতিছে জুবিন গাৰ্গ৷ অসুস্থতাৰ পিছত জিৰনিৰ বাবে মুম্বাইলৈ যোৱা জনপ্ৰিয় গায়কজন লকডাউনৰ বাবে আৱদ্ধ হৈ পৰিছিল মহাৰাষ্ট্ৰত৷ শেহতীয়াকৈ লকডাউন কিছু শিথিল হোৱাত তেওঁ এখন বাছযোগে ৰাওনা হৈছে অসমলৈ৷…

দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ শ্ৰমিকৰ…

আকৌ এটা দুৰ্ঘটনা আৰু পুণৰবাৰ প্ৰাণ গ’ল শ্ৰমিকৰ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ নৰসিংহপুৰ জিলাত ৷ জিলাখনৰ মুহৱানী থানাৰ অন্তৰ্গত পাঠা গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন ট্ৰাক৷ ফলত ট্ৰাকখনত থকা ৫ জন শ্ৰমিকৰ থিতাতে মৃত্যু হয়৷ ট্ৰাকখনত মুঠ ২০…

আইৰ সমান হ’ব কোন? মাতৃ দিৱসৰ শুভেচ্ছা…

নৈৰ সমান বব কোন,আইৰ সমান হ’ব কোন? আজি আন্তৰ্জাতিক মাতৃ দিৱস৷ বিংশ শতিকাৰ আৰম্ভনিতে সংযুক্ত যুক্তৰাষ্ট্ৰত আন্না জাৰ্ভিছ নামৰ মহিলাগৰাকীয়ে নিজৰ মাতৃৰ স্মৃতিত এই দিৱস আৰম্ভ কৰিছিল ৷পৰৱৰ্তী সময়ত ১০ মে’ৰ দিনটোৱে আন্তৰ্জাতিক মাতৃদিৱস হিচাপে স্ৱীকৃতি লাভ কৰে৷ আজি পুৱাৰে…

আজি ১০ মে’ৰ দিনটোত পানীপথ আৰু নেলচন মেণ্ডেলাৰ জীৱনত কি ঘটিল?

ইতিহাসত প্ৰতিটো দিনৰে থাকে পৃথক বৈশিষ্ট্য৷ কিন্তু আজি ১০ মে’ৰ দিনটো বছৰৰ আন দিন বিলাকতকৈ বহু পৃথক৷ আজিৰ এই দিনটোতে আৰম্ভ হৈছিল পৰাধীনতা আৰু স্বাধীনতাৰ দুখন পৃথক সংগ্ৰাম৷ জানি লওঁ আহক বিশেষ ঘটনা কেইটাৰ বিষয়ে- ১৫০৩: কলম্বাছে খোজ দিলে কায়মান…