Investigative reporting with dedication.
বিতৰ্কিত ‘বয়জ লকাৰ ৰূম’ ঘটনাৰ নতুন মোৰ

বিতৰ্কিত ‘বয়জ লকাৰ ৰূম’ ঘটনাৰ নতুন মোৰ। অশ্লীল কথাবতৰা, সহপাঠীক গণ ধৰ্ষণৰ পৰিকল্পনা কৰা আৰু অশ্লীল ফটো লাভ কৰা ‘বয়জ লকাৰ ৰূম’ৰ ঘটনা কোনো কিশোৰৰ কাৰ্য নহয়। দিল্লীৰ এগৰাকী ছাত্ৰীয়ে ভুৱা একাউণ্ট খুলি নিজকে কিশোৰৰ পৰিচয় দিছিল আৰু গণধৰ্ষণৰ প্ৰস্তাৱ…










