মাহ মে’ 2020

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ টিপ্পনী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০ লাখ কোটি টকাৰ আর্থিক পেকেজক এইবাৰ কটাক্ষ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ৷ টুইট কৰি চিদাম্বৰমে কয়- ”কালি প্ৰধানমন্ত্ৰীয়ে আমাক এটা হেডলাইন দিলে আৰু লগত দিলে এখন উকা কাগজ৷ সেয়েহে প্ৰধানমন্ত্ৰীৰ ঘোষণাক লৈ মোৰো প্ৰতিক্ৰিয়া স্বাভাৱিকভাবে খালী হৈয়েই…

১৭হাজাৰ কাৰাবন্দীক দিব মুক্তি

ক’ৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত। ১৭হাজাৰ কাৰাবন্দীক জে’লৰ পৰা মুকলি কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল দেশমুখে। অস্থায়ী জামিন বা পেৰলৰ যোগেদি মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। কাৰাগাৰত বন্দী ১৫৮ জন…

২০ লাখ কৌটিত কেইটা শূণ্য ?

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কৌটিৰ পেকেজক লৈ চলিছে ব্যাপক চৰ্চা ৷ আজি কমেডিয়ান কুণাল কামৰাই টুইটাৰত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰক উদ্দেশ্যি প্ৰশ্ন কৰে- ২০ লাখ কৌটিত কেইটা শূণ্য থাকে? ইয়াৰ পিছতে ‘শূণ্য’ৰ প্ৰসংগ ব্যাপক ৰূপত চৰ্চিত হৈছে৷ ইয়াৰ আচল…

প্ৰধানমন্ত্ৰীক কটাক্ষ প্ৰশান্ত কিশোৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিশা দেশবাসীক উদ্দেশ্যি দিয়া বক্তব্যক লৈ সপক্ষে -বিপক্ষে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২০ লাখ কৌটিৰ পেকেজক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী গৰাকীক কটাক্ষ কৰিছে খ্যাতনামা নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে ৷ শেহতীয়া টুইটত তেওঁ কয় –‘হয়…

সংশোধিত শ্ৰম আইনে কঢ়িয়াই অনা ভয়াৱহ ভৱিষ্যত

“এই শ্ৰম আইন সংশোধনৰ ফল যে দীৰ্ঘম্যাদী আৰু ভয়াবহ হ’ব সেয়া স্পষ্ট । এবাৰ কামৰ সময় ১২ ঘণ্টা বুলি প্ৰতিষ্ঠিত হোৱাৰ পিছত আকৌ ৮ ঘণ্টা যে সহজেই নহ’ব সেয়াও স্পষ্ট । লাহে লাহে এই নিয়ম বেংক আদি আন খণ্ডলৈও বিস্তাৰিত…

পেকেজৰ আচল গণিত : ঘোষণা ২০ লাখ কৌটিৰ ,খৰচ কৰিব ৪.২ লাখ কৌটি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক সম্বোধন কৰি ২০ লাখ কৌটি টকাৰ আৰ্থিক পেকেজ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ যাক ‘আত্মনিৰ্ভৰশীল ভাৰত অভিযান যোজনা’ নাম দিয়া হৈছে৷ তেওঁ এই কথাও উনুকিয়াই থৈ যায় যে এই পেকেজৰ ভিতৰত ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংক…

ক’ৰোনা বুলেটিন : এদিনত ১২২ গৰাকীৰ মৃত্যু

ভাৰতত ক’ৰোনাৰ দ্ৰুত সংক্ৰমন অব্যাহত আছে ৷ • মঙলবাৰৰ দিনটোত ৩৫২৫ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷ মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১২২৷ • ভাৰতত এতিয়ালৈকে মুঠ ৭৪,২৮১ গৰাকী ব্যক্তি ন’ভেল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ২,৪১৫ গৰাকী ৰোগীৰ মৃত্যু…

১৩ মে’ , লালকিল্লা আৰু লাৰা দত্ত

আজি ১৩ মে’।ইতিহাসত আজিৰ দিনটোৰ কি গুৰুত্ব জানি লওঁ আহক- ১৬৪৩:চিলিত হোৱা ভূমিকমপত ছান্টিয়াগো চহৰৰ এক তৃতীয়াংশ লোকৰ মৃত্যু। ১৬৪৮:দিল্লীৰ লালকিল্লাৰ নিৰ্মাণ সম্পূৰ্ণ। ১৯৬২: সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ দ্বিতীয়বাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত। ২০০০: ভাৰতীয় সুন্দৰী লাৰা দত্তই মিছ ইউনিভাৰ্ছ খিতাপ লাভ…

লকডাউন বৃদ্ধিৰ লগতে ২০ লাখ কোটি টকাৰ আর্থিক প্যাকেজ ঘোষণা- প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বক্তব্য: • ভাৰতবাসীৰ প্রতিজন নাগৰিকৰ প্রতি আমাৰ আহ্বান, স্বনির্ভৰ ভাৰত গঢ়ি তোলক • চতুর্থ দফাৰ লকডাউন সম্পূৰ্ণ ভিন্ন হব • কৰোনাভাইৰাচ দীর্ঘদিন আমাৰ মাজত থাকিব • ২০ লাখ কোটি টাকাৰ আর্থিক প্যাকেজ ঘোষণা, এই পৰিমান জিডিপিৰ প্রায়…

ক’ৰোণাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দহটা বাছকবনীয়া মন্তব্য

মহামাৰীক লৈ মনৰ কথা প্ৰকাশ কৰাৰ ক্ষেত্ৰত কেতিয়াও পিছ হুহুকি অহা নাই ড’নাল্ড ট্ৰাম্প। পৃথিৱী যেতিয়াৰ পৰাই ক’ৰোণাৰ গ্ৰাসত সোমাল তেতিয়াৰ পৰাই সময়ে-অসময়ে মনৰ কথা প্ৰকাশ কৰি আহিছে ট্ৰাম্পে। কীটাণুনাশক ইনজেকশ্যন দিয়াৰ পৰা আৰম্ভ কৰি গৰমত ক’ৰোণা মৰালৈকে,আমেৰিকাৰ ৰাষ্ট্ৰপতিড’নাল্ডট্ৰাম্পেদি গৈছে…