মাহ মে’ 2020

কৰোনো- মৃত ব্যক্তিকলৈও কেলেংকাৰী!

দিল্লীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগৰ নিকায়লৈ ক’ৰোনাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিঙৰ যোগেদি মৃতকৰ অন্তিম সংস্কাৰৰ তথ্য বিচাৰি প্ৰেৰণ কৰিছে পত্ৰ। বিগত সপ্তাহত স্বাস্থ্য সচিব পদ্মিনী সিংগলাই দিল্লীৰ উত্তৰ আৰু দক্ষিণ MCDৰ কমিছনাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। নিগমবোধ ঘাট, পঞ্জাৱীবাগ শৱদাহ গৃহ,…

ক’ৰোনো: ভাৰতত প্ৰথমবাৰলৈ এদিনত সম্পন্ন হ’ল ১লাখ টেষ্ট

ভাৰতত প্ৰথমবাৰলৈ এদিনত সম্পন্ন হ’ল ১লাখ টেষ্ট। দেশত ক’ৰোণাত আক্ৰান্তৰ সংখ্যা ক্ৰমাণ্বয়ে বৃদ্ধি পাই আহিছে। যোৱা ২৪ঘণ্টাত ৫৬১১জনৰ কোভিড-১৯ টেষ্টৰ ৰিজাল্ট পজিটিভ পোৱা গৈছে। ইয়াৰ লগে লগে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা ১লাখ ৬হাজাৰ ৭৫০জনলৈ বৃদ্ধি হয়। বিগত ২৪ঘণ্টাত ১৪০ব্যক্তিৰ মৃত্যু হৈছে…

ৰাজ্যপাল জগদীশ মুখীৰ বিৰুদ্ধে কি অভিযোগ হাগ্ৰামা মহিলাৰীৰ ?

বিগত মংগলবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে কোকৰাঝাৰ ভ্ৰমণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ গাইডলাইন অমান্য কৰিছে।গাইডলাইন অনুসৰি ৬৫ বছৰৰ উৰ্ধৰ ৰাজ্যপালজনে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগে।-এই অভিযোগ হাগ্ৰামা মহিলাৰীৰ।আজি এক ফেচবুক অপডেটৰ জৰিয়তে হাগ্ৰামা মহিলাৰীয়ে এই কাৰ্যৰ দ্বাৰা সামাজিক ব্যৱধান ভংগ…

গাহৰি, খাদ্যাভ্যাস, বিহু আৰু অন্যান্য প্ৰসংগ

“বাক্যে- বচনে সকলোৱে নতুন প্ৰজন্মক চাকৰিমূখী নহৈ সৰু বৰ ব্যৱসায়ত নামিবলৈ উৎসাহ দিলেও নিজৰ বাহিৰে আনৰ ক্ষেত্ৰতহে দিয়ে৷ নিজৰ সন্তানক  সৰু-সুৰা ব্যৱসায়ত নামিবলৈ উৎসাহ আৰু সাহস কমেইহে দিয়ে৷”               অসমৰ জনপ্ৰিয় টেলেভিছন চেনেল DY365…

ৰাজ্যত নতুনকৈ  ৬জন ব্যক্তি ক’ৰোনাত আক্ৰান্ত

মন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইট,ৰাজ্যত নতুনকৈ  ৬জন ব্যক্তি ক’ৰোনাত আক্ৰান্ত।ইয়াৰে তিনিজন গুৱাহাটীৰ,দুজন কৰিমগঞ্জৰ আৰু এজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ।বৰ্তমানলৈ ৰাজ্যত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৪১ জন। <blockquote class=”twitter-tweet”><p lang=”en” dir=”ltr”>Alert – 6 new <a href=”https://twitter.com/hashtag/COVID?src=hash&amp;ref_src=twsrc%5Etfw”>#COVID</a> + cases confirmed. Out of…

প্ৰতিবাদৰ নতুন ভাষা

“মহামাৰী-প্ৰতিৰোধৰ সংগ্ৰামত চৰকাৰলৈ আমাৰ সম্পূৰ্ণ সহযোগ থাকক। কিন্তু ৰাষ্ট্ৰৰ সকলো নিষ্ঠুৰতা আৰু লুন্ঠনক লৈও আমি হৈ থাকিব লাগিব সৰৱ। যিহেতু এই আতংক- হতাশা – সংকট আৰু আমনিদায়ক বন্দীত্বৰ পিছতো আমাৰ বাবে এখন পৃথিৱী আছে।” দেশে দেশে মুখামুখি হোৱা এই গৃহবন্দীত্ব…

ঢাক ঢোল বজাই ভেণ্টিলেতৰ বুলি কি উদ্বোধন কৰিলে বিজয় ৰুুপানীয়ে ?

একাংশৰ বাবে ক’ৰোনা ভাইৰাছ এক মহামাৰী নহয়।তেওঁলোকৰ বাবে ক’ৰোনা ভাইৰাছ এক উৎসৱহে।সেইবাবেই বিগত এপ্ৰিল মাহৰ কোনোবা এটা দিনত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে চিকিৎসালয়ত ঢাক ঢোল বজাই উদ্বোধন কৰিছিল ভেন্টিলেটৰ।দাবী কৰিছিল,এই ভেন্টিলেটৰ সমূহ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধত পয্যাপ্ত ভূমিকা ল’ব।গ’ল কথা গ’ল,ক’ৰোনা…

বিশ্ব স্বাস্থ্য সংস্থালৈ লিখিত পত্ৰত আকৌ ভাবুকি ড’নাল্ড ট্ৰাম্পৰ!

ক’ৰোণাৰ উত্স সম্পৰ্কে সোমবাৰে বিশ্বৰ ৩৫খন দেশে প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা পৰিলক্ষিত হয়। ইয়াৰোপৰি একেই প্ৰশ্নৰ অৱতাৰণা কৰিছে ইউৰোপৰ ২৭খন সদস্য ৰাষ্ট্ৰই । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৪খন স্থায়ী সদস্য ৰাষ্ট্ৰ- ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়াই একেই প্ৰশ্ন উত্থাপিত কৰিছে। ইয়াৰোপৰি…

১৩৫ : অসমত আকৌ ১৪ জনৰ দেহত ক’ৰোনা

ভয়ংকৰ হাৰত অসমত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ আকৌ ১৪ জনকৈ লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰে ৭ জন কামৰূপৰ ,২ জন হোজাইৰ ,২ জন বিশ্বনাথৰ ,২ জন নলবাৰীৰ…

১২১: অসমত আৰু ৬ জনৰ দেহত ক’ৰোনা

ৰাজ্যত পুনৰ ৬ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ৷যোৰহাট , গোলাঘাটৰ ২ জনকৈ আৰু কোকৰাঝাৰ ,নগাৱৰ ১ জনকৈ লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ যোৰহাটৰ এজন চেন্নাইৰ পৰা আৰু আনজন দাৰ্জিলিঙৰ পৰা উভতি আহিছিল ৷ ৰাজ্যত এতিয়া মুঠ ক’ৰোনা…