সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ কৰ’না

দেশত পুনৰ বৃদ্ধি পাইছে ক’ৰনাৰ সংক্ৰমণ।দেশৰ মুঠ ৬ খন ৰাজ্যলৈ কেন্দ্ৰই সতৰ্কতা সন্দৰ্ভত প্ৰেৰণ কৰিলে পত্ৰ।মহাৰাষ্ট্ৰ,গুজৰাট,তেলেংগানা,তামিলনাডু,কেৰালা,কৰ্ণাটকলৈ সতৰ্কীকৰণ পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰই।কেন্দ্ৰীয় চৰকাৰে ৰাজ্য কেইখনৰ জিলা,উপজিলা তথা পঞ্চায়ত স্তৰত ক’ভিড টেষ্ট বৃদ্ধি কৰাৰো নিৰ্দেশ দিছে।পত্ৰখনত লিখা হৈছে ‘ কিছুমান ৰাজ্যত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে৷সংক্ৰমণ ৰোধ কৰাৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰক।’

Leave A Reply

Your email address will not be published.