সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আদানি OUT আম্বানি IN

LVMHৰ মুখ্য কাৰ্যবাহী বাৰ্নাড অৰনল্ট বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি।আদানিৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ ৮৩.৯ বিলিয়ন । আনহাতে,হিণ্ডেনবাৰ্গ ৰিপৰ্টৰ বিপৰ্যয়ৰ পাছত আদানিৰ সম্পত্তি হ্ৰাস হৈ হৈছেগৈ ৮৪ .৩ বিলিয়ন।ব্লুমবাৰ্গ ৰিপৰ্ট অনুসৰি আদানি বিগত সপ্তাহত বিশ্বৰ চতুৰ্থগৰাকী ধনী ব্যক্তি আছিল।কিন্তু আজি সেই স্থান হ’লগৈ একাদশ।

Leave A Reply

Your email address will not be published.