সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#omicron

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন ।

চীন আৰু দক্ষিণ কোৰিয়াত পুনৰ শক্তিশালী হৈ উঠিছে অমিক্ৰন । বিগত শনিবাৰে চীনত নতুনকৈ আক্রান্ত হৈছে ২১৫৭ জন ব্যক্তি লগতে চীন প্ৰশাসনৰ খবৰ অনুসৰি শনিবাৰে মৃত্যু হয় দুজন ব্যক্তিৰ। তথ্য অনুসৰি আক্ৰান্ত সকলৰ অধিকাংশই জিলিন প্ৰদেশৰ বুলি জানিব পৰা…

ক’ভিডৰ নতুন ভেৰিয়েন্টৰ তথ্য

সমগ্ৰ বিশ্বতে আতংক সৃষ্টি কৰা ক’ভিডৰ ডেল্টা আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ পিছতেই BA.2 নামৰ এটা নতুন ভেৰিয়েণ্ট পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ইন্দোৰত অ’মিক্ৰনৰ চাব-ভেৰিয়েণ্ট বিএ-2 পোহৰলৈ আহিছে। ইতিমধ্যে মধ্য প্ৰদেশত BA- 2 ভেৰিয়েণ্টত ১৬ জন লোকক দেহত…

অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণ….

বিশ্বত এতিয়া অ'মিক্ৰনৰ আতংক। ক'ভিডৰ অধিক সংখ্যক ৰোগীৰ দেহত বৰ্তমান অ'মিক্ৰন ভেৰিয়েণ্ট সংক্ৰমিত। শেহতীয়াকৈ অ'মিক্ৰণৰ নতুন ২০ টা লক্ষণৰ বিষয়ে ইংলেণ্ডৰ ZOE ক'ভিড ষ্টাডিয়ে প্ৰকাশ কৰিছে। ক'ভিডৰ ডেল্টা ভেৰিয়ণ্টৰ তুলনাত অ'মিক্ৰণৰ লক্ষণ…

ভাৰতবাসীক প্ৰধানমন্ত্ৰী মোদীৰ অ’মিক্ৰনক লৈ আতংকিত নহ’বলৈ আহ্বান

দেশত অ'মিক্ৰনৰ বৰ্ধিত ঘটনাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে, ভাৰতত ১৮ লাখ আইচ'লেচন বিচনা, ৫ লাখ অক্সিজেন বিচনা, ১.৪০ লাখ ICU বিচনা আৰু শিশুসকলৰ বাবে ৯০,০০০ বিশেষ বিচনা আছে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীক অ'মিক্ৰনক…

অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

অসমত বৰ্তমান অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। ৩ জনে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। ৬ জন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন হৈ থকা আটাইকেইজন ডিব্ৰুগড় জিলাৰ।

ভাৰতত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা

ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। ২৪ ঘণ্টাত ভাৰতত ৫৮,০৯৭ জন নতুনকৈ ৰোগী কোভিডত আক্ৰান্ত হৈছে আৰু ৫৩৪ জনৰ মৃত্যুৰ হৈছে। আনহাতে অ’মিক্ৰনত ২১৩৫ জন লোক আক্ৰান্ত হৈছে। সৰ্বাধিক মুম্বাইত ১০৮৬০ জন, দিল্লীত ৫৪৮১ জন,  বেংগালোৰত ২০৫৩…

বৃদ্ধি পাইছে ভাৰতত কভি`ড ৰোগীৰ সংখ্যা

প্ৰতিদিনেই বদ্ধিত হাৰত বৃদ্ধি পাইছে ভাৰতৰ বিভিন্ন ৰাজ্যত কভি`ড ৰোগীৰ সংখ্যা। পাঞ্জাৱত অত্যাধিক হাৰত কভি`ড ৰোগী সংখ্যা বৃদ্ধি হোৱাৰ বাবে পাঞ্জাৱ চৰকাৰে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যখনত নিশাৰ কাৰফিউ জাৰি কৰিছে।  লগতে ঘোষণা কৰিছে সকলো…

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে।

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা মতে, ভাৰত বায়োটেকৰ কভাক্সিন যোগ্য শিশুসকলক প্ৰদান কৰা হ'ব আৰু ২৮ দিনৰ ব্যৱধানত দুটা পালি দিয়া…

ভাৰতত দ্ৰুতগতিত সংক্ৰমিত হৈছে অমিক্ৰণ

ভাৰতত অ'মিক্ৰণ দ্ৰুতগতিত সংক্ৰমিত হৈছে। আজিৰ দিনটোত ভাৰতৰ অ'মিক্ৰনত আক্রান্ত সংখ্যা ১৪৩১ জন, মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫৪ জন, দিল্লীত ৩৫১ জন, তামিলনাডুত ১১৮ জন, গুজৰাটত ১১৫ জন আৰু কেৰালাত ১০৯ জন । ইফালে দেশখনত যোৱা ২৪ ঘণ্টাত ২২,৭৭৫ জন নতুনকৈ…

অমিক্রনত আক্ৰান্ত বিশ্বৰ প্ৰথম জন কোভিড ৰোগীৰ মৃত্যুঃ ক’ত?

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আজি কৰোনা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েন্টৰ আক্ৰমণৰ ফলত প্ৰথমজন কোভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য ৰাজহুৱা কৰিছে। উল্লেখ্য যে ব্ৰিটেইনে ইতিমধ্যেই ৩০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলোৰে বাবে ভেকচিন বুষ্টাৰ…