টেগ #health

ক্ষমা কৰিব মুখ্যমন্ত্ৰী মহোদয়…

ভাল কথা এইটোৱে যে অসমৰ ৰাজনীতিৰ প্ৰধান বিতৰ্কৰ বিষয় হৈ পৰিছে অসমৰ অৰ্থনীতি৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ সপক্ষে যি যুক্তি দাঙি ধৰিছে, তাৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী দলসমূহে৷ নতুন বছৰৰ প্ৰথম দিনটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

এটা MRIৰ বাবে ৰ’ব লাগে দুমাহ- কি চলিছে অসমৰ স্বাস্থ্যখণ্ডত?

জিএমচিএইছত চিকিৎসা কৰিবলৈ আহি কেনেকৈ হাহাকাৰ কৰিছে ৰোগীয়ে? দ্য ক্ৰছকাৰেণ্টৰ এক চৰজমিন অনুসন্ধান৷

ওদালগুৰিত গৰ্ভৱতীৰ মৃত্যু

ওদালগুৰি জিলাৰ মাজবাটৰ অন্তৰ্গত লামাবাৰীৰ প্ৰেম বস্তিৰ নয়মী বাৰ্লা নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ অকালতে মৃত্যু ঘটে। লামাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অবৈতনিক ভাবে শিক্ষকতা কৰা নয়নী বাৰ্লা সকলো শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত জনপ্ৰিয় আছিল। নয়মী বুধবাৰে আবেলি গা…

ওদালগুৰিত স্বাস্থ্য সেৱা অভিযান

ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা ওদালগুৰি আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ‘স্বাস্থ্য সেৱা অভিযান’ শীৰ্ষক স্বাস্থ্য পৰীক্ষা শিবিৰ শনিবাৰে অনুষ্ঠিত হয়। ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুন্দৰবিল মজলীয়া বিদ্যালয় আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নেপালী…

আৰোগ্য হ’ব ডায়েবেটিছৰ পৰা:হাভাৰ্ডৰ পৰা বিজ্ঞানী ৰুবুল মাউতে কি আশাৰ খবৰ দিলে?

ডায়েবেটিছ বা বহুমুত্ৰ ৰোগ আধুনিক জীৱনশৈলীৰ অংগ হৈ পৰিছে ৷ বহু সময়ত ই ঘাতক ৰোগতো পৰিণত হৈছে ৷ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ যদিও ইয়াৰ পৰা আৰোগ্য হ’ব নোৱাৰি ৷ কিন্তু ইনছুলিন আৱিষ্কাৰ হোৱাৰ এশ বছৰ পাছত ডায়েবেটিছৰ পৰা সম্পূৰ্ণৰূপে…