সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#election2022

কি চলিছে কংগ্ৰেছৰ ভিতৰচ’ৰাত-

ইখনৰ পাছত সিখন ৰাজ্যত প্ৰধানমন্ত্ৰীৰ বিশাল সভা ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনলৈ বিজেপি সাজু হোৱা সময়তে কংগ্ৰেছ কঁপিছে আভ্যন্তৰীণ বিদ্ৰোহত ৷ কি চলিছে কংগ্ৰেছৰ ভিতৰচ’ৰাত- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ…

কিয় বিজেপিক প্ৰতিৰোধ কৰাত বিফল হ’ল অখিলেশ যাদৱ আৰু কিয় সফল হৈছিল মমতা বেনাৰ্জী?

পঞ্জাৱৰ বাহিৰে উত্তৰাখণ্ড,গোৱা,মণিপুৰৰ লগতে উত্তৰ প্ৰদেশতো একক সংখ্যা গৰিষ্ঠতাৰে ক্ষমতালৈ আহিল বিজেপি দল।নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত যদিও অখিলেশ যাদবৰ সমাজবাদী পাৰ্টিৰ ব্যাপক নিৰ্বাচনী ঢৌ দেখা গৈছিল অৱশেষত কিন্তু সেই ঢৌৱে অখিলেশ যাদৱক…

১৬ কৌটি টকাৰে মণিপুৰত উগ্ৰপন্থীৰ ভোট কিনিলে নেকি বিজেপিয়ে ?

মণিপুৰত আজি অনুষ্ঠিত হৈ আছে দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ কিন্তু তাৰ পূৰ্বে শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰুদ্ধে উত্থাপণ হৈছে এক গুৰুতৰ অভিযোগ ৷ দলটোৰ বিৰুদ্ধে উত্থাপণ হৈছে কৌটি কৌটি টকা ধনৰ বিনিময়ত নিষিদ্ধঘোষিত উগ্ৰপন্থীৰ সমৰ্থন আদায়…

উত্তৰ প্ৰদেশত বিজেপিয়ে ৩০০ তকৈও অধিক আসনত জয় লাভ কৰিব: যোগী আদিত্যনাথ

উত্তৰ প্ৰদেশত বিধানসভা নির্বাচনৰ ভোটগ্রহণ হৈ আছে। আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ। ১০ মাৰ্চত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল। কিন্তু নিৰ্বাচনৰ ফলাফলৰ আগতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ মন্তব্য, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত…

“ডঃ হিমন্ত বিশ্ব শৰ্মাই মানসিক সন্তোলন হেৰুৱাইছে আৰু ৰাজনীতিৰ সকলো সীমা পাৰ কৰিছে”

১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব বিধানসভা নির্বাচন। শুকুৰবাৰে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্রী শৰ্মাই নিৰ্বাচনী সভাত অংশগ্রহণ কৰি কংগ্রেছ দলৰ লগতে কংগ্রেছ…

প্ৰথমে ভোটদান পিছত জলপান: নৰেন্দ্ৰ মোদী

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১১খন জিলাত ৫৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। ২৬,০২৭ টা কেন্দ্ৰত চলি…

বিজেপিয়ে উত্তৰ প্ৰদেশত প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিস্থানত ইস্তাহাৰ প্ৰকাশ কৰিলে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিজেপিৰ ৰাজ্যিক মুৰব্বী স্বতন্ত্ৰ…

খেলা হ’বনে : অখিলেশৰ হৈ কি ক’লে মমতা বেনাৰ্জীয়ে ?

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হৈছে উত্তৰ প্ৰদেশত ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে এখন যৌথ সংবাদমেল সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে…

“ভোট কাক দিব নিজেই সিদ্ধান্ত লব,কিন্তু ভোট নিদিব বিজেপিক”

আপুনি যাক মন যায় তাকেই ভোট দিয়ক,কিন্তু ভোট নিদিব বিজেপিক৷ বিজেপি নেতাৰ বাবে তৈয়াৰ কৰা হৈছে কিছুমান প্ৰশ্ন৷ যেতিয়া বিজেপি প্ৰার্থীয়ে ভোট বিচাৰি আহিব,তেতিয়াই জনতাই সেই সমূহ প্ৰশ্নৰ উত্তৰ বিচৰা হব৷ আজি ফেব্ৰুৱাৰীৰ চাৰি তাৰিখ৷ ৬ টা দিন পিছতেই…

ৰেলী আৰু ৰোড শ্ব’ত নিষেধাজ্ঞা নিৰ্বাচনী আয়োগৰ

আজি নিৰ্বাচনী আয়োগ কোভিড-১৯ মূল্যায়ন সন্দৰ্ভত এক বৈঠকত মিলিত হ'ব । বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহত ৰেলীৰ বাধ্যবাধকতা সন্দৰ্ভত আলোচনা হ'ব এই বৈঠকত। বিগত ৮ জানুৱাৰীত কোভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী প্ৰচাৰৰ বাবে…