Tag central government

বৰ্ধিত কৰকলৈ অসন্তুষ্ট Toyota, ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত

যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ বিশ্বৰ কোম্পানী সমূহক ভাৰতত নিজৰ কাৰখানা স্থাপন কৰিবলৈ আহ্বান কৰি আহিছে, তেনে সময়ত প্ৰতিষ্ঠিত গাড়ী নিৰ্মাতা কোম্পানী Toyota এ ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। আজি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি Toyota…

জন কল্যাণৰ বাবে নৰেন্দ্ৰ মোডীৰ ১০৩ কোটি টকা বৰঙণি

জন কল্যাণৰ বাবে মোদীৰ বৃহৎ বৰঙণি। ১০৩ কোটি টকা বৰঙণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কণ্যা শিক্ষা আৰু গঙ্গা নদী পৰিষ্কৰণকে ধৰি বিভিন্ন জনকল্যাণমূলক কামৰ বাবে বৰঙণি দিলে প্ৰধানমন্ত্ৰীয়ে। লগতে মোদীয়ে উপহাৰ হিচাপে পোৱা সামগ্ৰীৰ নিলাম কৰি পোৱা ধনো জনকল্যাণৰ বাবে দান…

ভাৰতবৰ্ষ আৰু গান্ধীৰ দেশ হৈ থকা নাই: জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা

photo courtesy: ZEE NEWS

আজি প্ৰায় এবছৰৰ মূৰত টেলভিচন পৰ্দাত প্ৰথমটো সাক্ষাৎকাৰ দি NDTV নামৰ চেনেলটোত জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ ফাৰুক আব্দুল্লাই কয় যে “এইখন আৰু মহাত্মা গান্ধীৰ ভাৰত হৈ থকা নাই”। NDTV ৰ জ্যোষ্ঠ সাংবাদিক শ্ৰীনিভাসন জৈনে সোধা এটা প্ৰশ্নৰ উত্তৰত…

অহা বছৰ মাৰ্চ মাহৰ ভিতৰত ৪ টা চৰকাৰী বেংক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ পৰিকল্পনা মোডী চৰকাৰৰ

PHOTO COURTESY: SWARAJYA MAGAZINE

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকৰে ৪ তা চৰকাৰী বেংকক ব্যক্তিগতকৰণৰ কাম কাজ খৰতকীয়া কৰিছে। jansatta নামৰ নিউজ পৰ্টেলটোৱে প্ৰকাশ কৰা এক বাতৰি অনুসৰি দেশৰ আগশাৰীৰ ৪ তা চৰকাৰী বেংকত চৰকাৰে নিজৰ অংশীদাৰত্ব বিক্ৰীৰ যো জা চলাইছে। বাতৰিটোত উল্লেখ কৰা অনুসৰি এই…

অনিশ্চয়তাৰ আৱৰ্তত নগা চুক্তি, ভাৰতৰ লগত ‘সংযুক্ত’ নহয় ‘সহাৱস্থান’ৰ হে প্ৰস্তাৱ NSCN ৰ

Photo courtesy: Al Jazeera

নগা চুক্তি সম্পৰ্কে কেন্দ্ৰ আৰু সশস্ত্ৰ সংগঠন NSCN-IM ৰ মাজত আলোচনা চলি থকাৰ সময়তে শেহতীয়াকৈ NSCN-IM ৰ অধ্যক্ষ থুইংগালেং মুইৱাহে নগা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিয়া এক বক্তৃতাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সংগঠনটোৰ মুৰব্বী জনে তেওঁৰ ভাষণত ২০১৫ চনত সাক্ষৰিত হোৱা…