Tag assam police

আৰক্ষী মানুহ হৈ আছেনে? কাঠগড়াত পুলিচ

কন্দুৱা গেছৰ নিৰ্বিচাৰ প্ৰয়োগে প্ৰাণ কাঢ়িলে এগৰাকী প্ৰতিবাদকাৰীৰ৷ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাই আকৌ এবাৰ কাঠগড়াত তুলিছে অসম আৰক্ষীক৷ বাৰম্বাৰ বিতৰ্কৰ আৱৰ্তত থকা অসম আৰক্ষীৰ কাৰ্যকুশলতাক লৈ এইবাৰেই প্ৰথম প্ৰশ্ন উত্থাপণ হোৱা নাই৷ ভুৱা এনকাউণ্টাৰৰ পৰা আৰম্ভ কৰি বুলড’জাৰ…

Big Exclusive : দুৰ্ঘটনা নে হত্যা !

৬ মে’ত লখিমপুৰৰ পৰা ৬ লাখ টকা আনিছিল জোনমণি ৰাভাই লখিমপুৰত জোনমণিৰ বিৰুদ্ধে ১৫ মে’ত ৰুজু হৈছিল গোচৰ ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৩৯৫ , ৩৯৭ , ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত গোচৰ কোনে লখিমপুৰলৈ প্ৰেৰণ কৰিছিল জোনমণি ৰাভাক ? কোনে…

৫ হাজাৰ টকাত দেউতাকে বিক্ৰী কৰে নিজৰ কন্যা সন্তানক!

‘’দেউতাই মোক ৫ হাজাৰ টকাত অৰুণাচলৰ মানুহ এঘৰত বিক্ৰী কৰি থৈ আহিছিল৷তাতে মই ঘৰুৱা কাম কৰিছিলো৷ কাপোৰ কানি ধুইছিলো,ৰন্ধা বঢ়া কৰিছিলো৷ৰাতি ৰাতি মোক মদ কিনিবলৈ পঠিয়াইছিল৷কোনোদিনেই ভালকৈ মোক শুবলৈ দিয়া হোৱা নাছিল৷ তেঁওলোকে মোক সদায় মাৰিছিল৷ ঘৰৰ সকলোয়ে মোক বিনা…

অসম পুলিচৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ কৰোনা পজিটিভ

    আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ দেহত ধৰা পৰিছে কৰোনা। বৰ্তমান হ’ম আইছলেছনত আছে ভাস্কৰ জ্যোতি মহন্ত। উল্লেখযোগ্য যে এই পৰ্যন্ত অসম আৰক্ষীৰ প্ৰায় ২২৫৯ জন লোক কৰোনাত আক্ৰান্ত হৈছে।ইয়াৰে ১৭৩৪ জন ইতিমধ্যে আৰোগ্য হৈছে।