Reporting on
দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত: ৰাজ্য সমূহক প্ৰাপ্য অধিকাৰৰ পৰা কিয় বঞ্চিত কৰিছে মোডী চৰকাৰে?

দেশৰ অৰ্থনৈতিক অৱস্থা দ্ৰুত গতিত অৱনমিত হোৱাৰ সময়তে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এতিয়া যেন ভাঙি টচনছ কৰি দিব বিচাৰিছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কাঠামো। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অপৰিকল্পিত আৰু অপৰিপক্ক ভাবে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰি অৰ্থনীতিৰ অৱস্থা তথৈবচ কৰাৰ…





