শ্ৰেণী ৰাজ্য

নিজ গাঁওত শ্বহীদ সুমনৰ নশ্বৰ দেহ

মণিপুৰত শনিবাৰে অসম ৰাইফলছৰ কনভয়ত হোৱা আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ আজি তেওঁৰ বাসভৱনলৈ অনা হ’ব। ইতিমধ্যে শ্বহীদগৰাকীৰ নশ্বৰ দেহ বৰঝাৰ বায়ু সেনাৰ ষ্টেচনলৈ অনা হয়। বৰঝাৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যোৰহাটৰ ৰৰৈয়া…

পুণৰ তিনিমাহলৈ বৃদ্ধি আলফা(স্বাধীন)ৰ অস্ত্ৰবিৰতি

সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা(স্বা)য়ে পুণৰ তিনিমাহলৈ অস্ত্ৰবিৰতিৰ সময়সীমা বৃদ্ধি কৰিছে ৷ পৰেশ বৰুৱা স্বাক্ষৰিত এক বিবৃতিত কোৱা হয় যে যোৱা ১৪ মে’ৰ পৰা আলফা(স্বা) য়ে অব্যাহত ৰখা একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ পুণৰ তিনিমাহলৈ বৃদ্ধি কৰা হৈছে ৷ জনস্বাৰ্থৰ খাতিৰতে এই সিদ্ধান্ত…

কিডনী সৰবৰাহৰ জড়িত চিকিৎসক গুৱাহাটীত গ্ৰেপ্তাৰ

গুৱাহাটীত অতি নাটকীয়ভাৱে গ্ৰেপ্তাৰ হৈছে মানৱ অংগ সৰবৰাহত জড়িত এজন চিকিৎসক ৷ মহানগৰ আৰক্ষীৰ জালত পৰা চিকিৎসকজন হৈছে ডা: অক্ষয় ৰাও ওৰফে ডা: ৰিচাৰ্ড আব্ৰাহাম লৰেন্স ৷ দিছপুৰ থানাত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওক গ্ৰেপ্তাৰ কৰে ৷…

বিজেপি মন্ত্ৰী-বিধায়কক কি শিকাইছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত?

শুক্ৰবাৰৰ পৰা মুম্বাইত অনুষ্ঠিত হৈছে বিজেপি মন্ত্ৰী বিধায়কৰ প্ৰশিক্ষণ৷ইতিমধ্যে অসমৰ পৰাও সকলো মন্ত্ৰী বিধায়ক গৈ উপস্থিত হৈছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত৷কিন্তু বিজেপি মন্ত্ৰী বিধায়কক কিহৰ প্ৰশিক্ষণ দিয়া হৈছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত? খবৰ অনুসৰি, বিজেপিৰ মন্ত্ৰী বিধায়কক মাৰ্গদৰ্শন কৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি…

আলফা(স্বা)ত যোগ দিবলৈ যোৱা নয়নমনি , সবিতা , শৰ্মিষ্ঠাৰ ঘৰ ক’ত ?

আলফা(স্বাধীন)য়ে ঘোষণা কৰা একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ উকলিবলৈ মাজত মাত্ৰ দুদিন সময় আছে ৷ কিন্তু তাৰ পূৰ্বে নিষিদ্ধ ঘোষিত সংগঠনটোৱে পুণৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে ৷ আলফা(স্বা)ত যোগ দিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পাঁচগৰাকী যুৱতী ম্যানমাৰলৈ ৰাওনা হোৱাৰ খবৰে এতিয়া…

হাতত ঝাৰু ললে অখিল গগৈয়ে৷

হাতত ঝাৰু লৈ এইবাৰ স্বচ্চ অভিযানত অখিল গগৈ৷শুকুৰবাৰে পুৱা ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ কাৰ্যসূচী শুভাৰম্ভ কৰে বিধায়ক অখিল গগৈয়ে। হাতত ঝাড়ু লৈ নিজেই চাফাই অভিযানত নামিল বিধায়কগৰাকী। মাহ জুৰি চাফাই অভিযান চলাব বুলি সদৰি কৰিছে বিধায়কগৰাকীয়ে। চাফাই অভিযানত পৌৰকৰ্মীৰ লগতে…

মুম্বাইত উপস্থিত বিজেপিৰ মন্ত্ৰী বিধায়ক৷আজিৰে পৰা ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ সৈতে বিজেপিৰ সকলো মন্ত্ৰী-বিধায়কৰ হ’ব বিশেষ প্ৰশিক্ষণ ।

মুম্বাইত উপস্থিত বিজেপিৰ মন্ত্ৰী বিধায়ক৷আজিৰে পৰা ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ সৈতে বিজেপিৰ সকলো মন্ত্ৰী-বিধায়কৰ হ’ব বিশেষ প্ৰশিক্ষণ । প্ৰশিক্ষনত উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ , বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা৷অহা ১৪ নৱেম্বৰলৈ মুম্বাইত প্ৰশিক্ষণ শিবিৰত অংশ ল’ব মন্ত্ৰী-বিধায়কে।আজি

হিংসা-হত্যাৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰ৷ইটোৰ পিছত সিটো হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটীবাসীক৷এইবা মহানগৰীৰ পল্টনবজাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।

হিংসা-হত্যাৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰ৷ইটোৰ পিছত সিটো হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটীবাসীক৷এইবা মহানগৰীৰ পল্টনবজাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।পল্টন বজাৰৰ কালিবাৰীৰ ৰেল’ৱে কলনীত সংঘটিত হৈছে এই হত্যাকাণ্ড।ৰেল’ৱে কলনীৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহ।নাৰায়ণ চক্ৰৱৰ্তী নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ।কোৱাৰ্টাৰৰ মালিকে ৰখিয়া কৰি থৈ গৈছিল…

ফেচবুকত ড: হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষ বিয়পাইছিল নেকি ?

বিগত বিধানসভা নিৰ্বাচনত ড: হিমন্ত বিশ্ব শৰ্মাই বিয়পাইছিল সংখ্যালঘু আৰু মুছলমানৰ বিৰুদ্ধে ঘৃণা আৰু বিদ্বেষ ৷ যাৰ বাবে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা ভাষণক ফেচবুকে ৰেড ফ্লেগেৰে চিহ্নিত কৰিছিল ৷ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফেচবুকে প্ৰস্তুত কৰা এক আভ্যন্তৰীণ প্ৰতিবেদনত উল্লেখ…

অসমৰ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিলে ৪৩.৪১ কৌটি টকা

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিছিল ৪৩ কৌটি ৪১ লাখ টকা ৷বিজেপি দলৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে ৷ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচন আয়োগক নিৰ্বাচনী ব্যয়ৰ হিচাপ দাখিল কৰিব লাগে ৷ সেই অনুসৰি বিজেপি দলে পশ্চিমবংগ ,…