শ্ৰেণী ৰাজ্য

ৰাজ্যিক বিজেপিত বিদ্ৰোহৰ উকমুকনি!

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন কাকত ‘নিয়মীয়া বাৰ্তা’ত ১৭ নবেম্বৰত প্ৰকাশ পাইছে অসম চৰকাৰৰ খাদ্য – অসামৰি যোগান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবিনেট মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ এটা আছুতীয়া সাক্ষাৎকাৰ ৷ কাকতখনৰ ‘ৰাজনীতি’ শীৰ্ষক সপ্তম…

মহাবিদ্যালয়ত নাথাকিব একাদশ দ্বাদশ শ্ৰেণী

নতুন শিক্ষানীতিক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল৷সংবাদমেলত উপস্থিত আছে ননী গোপাল মহন্ত৷সংবাদমেলত ঘোষণা,গুৱাহাটীত অনুষ্ঠিত হব উত্তৰ পূব শৈক্ষিক সন্মিলন৷২০ আৰু ২১ নবেম্বৰত অনুষ্ঠিত হব শৈক্ষিক সন্মিলন৷অনুষ্ঠানত ভাগ লব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানে৷সংবাদমেলত নতুন শিক্ষানীতি সন্দর্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ৷নতুন শিক্ষানীতি অনুসৰি মহাবিদ্যালয়ত…

বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : কিমান শতাংশ উত্তীৰ্ণ ?

বিশেষ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৮৮১৫ গৰাকী আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৪৯০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৩৪২১ গৰাকী পৰীক্ষাৰ্থী…

সুমন স্বর্গীয়াৰীৰ ঘৰত মুখ্যমন্ত্ৰী

মনিপুৰত শ্বহীদ হোৱা অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰীৰ ঘৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী৷শ্বহীদৰ পৰিয়ালক সমবেদনা কৰে জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷শ্বহীদ সুমনৰ কণমানি সন্তানক কোলাত লৈ আৱেগিক হৈ পৰা দেখা গল মুখ্যমন্ত্ৰীজনক৷শ্বহীদ পৰিয়াললৈ ৫০ লাখ টকাৰ অনুদান ঘোষনা মুখ্যমন্ত্ৰীৰ

ইন্দ্ৰানী মুখাৰ্জীৰ জামিন আকৌ এবাৰ নাকচ

শ্বীনা বৰাৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আকৌ এবাৰ নাকচ হৈছে ৷ মঙলবাৰে বোম্বে উচ্চ ন্যায়ালয়ে ৷ নিজৰ জীয়ৰীক ২০১২ চনত নৃশংসতাৰে হত্যা কৰিছিল এইগৰাকী ইন্দ্ৰানী মুখাৰ্জীয়ে ৷ চি বি আইৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে ইন্দ্ৰানী মুখাৰ্জীয়ে নিজৰ অতীতক…

উদ্বেগজনকঃ বিগত ২০ বছৰত ৰাজ্যত আৰক্ষীৰ জিম্মাত ৩৮ জন লোকৰ মৃত্যু

বিগত মঙলবাৰে উত্তৰ প্ৰদেশৰ কাচগঞ্জত ২২ বছৰীয়া আলতাফ নামৰ এগৰাকী যুৱকক হিন্দু পৰিয়ালৰ এগৰাকী নাবালিকা নিৰুদ্দেশ হোৱাৰ ঘটনা সন্দৰ্ভত আটক কৰিছিল আৰক্ষীয়ে। তাৰ পিছতে যুৱক জনৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল। যুৱক জনৰ এই ৰহস্যজনক মৃত্যুৰ এতিয়া সৰ্বত্ৰ আঙুলি উঠিছে আৰক্ষীলৈ।…

কিদৰে নিয়ন্ত্ৰণ হব মূল্যবৃদ্ধি? বৈঠকত ৰঞ্জিত দাস

মূল্যবৃদ্ধি ৰোধ কৰিব মন্ত্ৰী ৰঞ্জিত দাসে৷মূল্যবৃদ্ধি ৰোধৰ সমাধান সূত্ৰ বিচাৰি বৈঠকত বহিছে ৰঞ্জিত দাস৷ কামৰূপ মহানগৰৰ উপায়ুক্ত কাৰ্যালয়ত মূল্যবৃদ্ধিক লৈ পৰ্যালোচনা বৈঠক।এই বৈঠকত উপস্থিত আছে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাস।বৈঠকত উপস্থিত আছে বিভাগৰ বহু কেইজন শীৰ্ষ পৰ্যায়ৰ বিষয়া৷ৰাজ্যত…

কৈলাশ লোহিয়াৰ ঘৰত আয়কৰ বিভাগ

কৈলাশ লোহিয়াৰ বিৰুদ্ধে কৰ ফাকিৰ অভিযোগ।পুৱাৰে পৰা আয়কৰ বিভাগে চলাই আছে অভিযান।ব্যৱসায়ী লোহিয়াৰ বাসগৃহকে ধৰি চাৰি স্থানত আয়কৰ বিভাগে চলাইছে অভিযান৷ ব্য়ৱসায়ীগৰাকীৰ ফাচী বজাৰ আৰু খৃষ্টানবস্তীৰ কাৰ্যালয়তো চলিছে অভিযান।

প্রাক্তন বিধায়ক শাদিদ মজুমদাৰৰ মৃত্যু।

প্রাক্তন বিধায়ক শাদিদ মজুমদাৰৰ মৃত্যু।GMCHত চিকিৎসাধীন অৱস্থাত দেহাৱসান।নিশা ১.৩০ বজাত শেষ নিশ্বাস ত্যাগ।গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক আছিল মজুমদাৰ।

• ঘোষণা হ’ল HSLC, AHM চূড়ান্ত পৰীক্ষাৰ প-পত্ৰ পূৰণৰ তাৰিখ

• মেট্ৰিক, হাই মাদ্ৰাছাৰ প-পত্ৰ পূৰণৰ অন্তিম দিন ১৮ ডিচেম্বৰ ING • ২৫ নৱেম্বৰৰ পৰা মুকলি হ’ব ছেবাৰ অনলাইন প’ৰ্টেল ● sebaregistration.in ৱেবচাইটযোগে পূৰ্ণ কৰিব লাগিব প-পত্ৰ • BPL পৰিয়ালৰ শিক্ষার্থীয়ে জমা দিব নালাগে পৰীক্ষাৰ মাচুল • জমা দিব লাগিব…