Investigative reporting with dedication.
আৰক্ষীয়েই এতিয়া আইন। আৰক্ষীয়েই আদালত। আৰক্ষীয়ে বিচাৰক।

আৰক্ষীয়েই এতিয়া আইন। আৰক্ষীয়েই আদালত। আৰক্ষীয়ে বিচাৰক। দেশত আইনৰ শাসনৰ অৱসান হ’ল নেকি? আৰম্ভ হ’ল নেকি পুলিচৰাজ?
Investigative reporting with dedication.

আৰক্ষীয়েই এতিয়া আইন। আৰক্ষীয়েই আদালত। আৰক্ষীয়ে বিচাৰক। দেশত আইনৰ শাসনৰ অৱসান হ’ল নেকি? আৰম্ভ হ’ল নেকি পুলিচৰাজ?

১৪ নিৰীহক হত্যা, ৩০ সেনাৰ বিৰুদ্ধে আদালতত চার্জশ্বিত দাখিল এছ আই টিৰ

আজি ইডিৰ সন্মুখত হাজিৰ হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইডিৰ সন্মুখত হাজিৰ হোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা গৰাকীৰ সমৰ্থনত দেশৰ বিভিন্ন প্ৰান্তত সমদল উলিয়াইছে কংগ্ৰেছ দলে। গুৱাহাটীৰ ৰাজীৱ ভৱনতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে।ৰাজীৱভৱনৰ পৰা ওলোৱা সমদলকাৰীক আৰক্ষীয়ে বেৰীকেত বান্ধি অৱৰোধ…

ৰাজনৈতিক বিষয়ত কিয় নীৰৱ বলিউডৰ তিনি খান?

নুপূৰ শৰ্মাৰ মন্তব্যৰ পাছত এইবাৰ অশান্ত হৈ পৰিছে দেশ ৷ ৰাজ্যই ৰাজ্যই শিলাবৰ্ষণ, গুলীবৰ্ষণ ৷ কিয় ইমান উন্মাদনা? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: …

শক্তিহীন নহয় শক্তি বিভাগ৷ বিদ্যুৎ যোগানত ব্যর্থ হ’লেও তিনিদিনত দুবাৰকৈ সাহার্য দিবলৈ সক্ষম হল শক্তি বিভাগ৷ তিনিদিনত মুখ্যমন্ত্ৰী সাহার্য পুঁজিলৈ কিয় আৰু কিমান পুঁজি আগবঢ়ালে শক্তি বিভাগে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক…

ৰাজ্যসভাৰ নিৰ্বাচনত ৰাজস্থানত কংগ্ৰেছে দেখুৱালে শক্তি ৷ মহাৰাষ্ট্ৰ , কৰ্ণাটক , হাৰিয়ানাত বিৰোধীৰ ক্ৰছ ভোটিঙ ৷ বিজেপিৰ মুখত হাঁহি ৷ চাওক ভাৰতৰ ৰাজনীতিৰ শেহতীয়া খবৰ – স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি…

কালি অৰ্থাৎ ১০ জুনত অনুষ্ঠিত হয় ৪ খনকৈ ৰাজ্যৰ ১৬ খন আসনৰ ৰাজ্যসভাৰ নিৰ্বাচন।ৰাজস্থান,কৰ্ণাটক,হাৰিয়ানা,আৰু মহাৰাষ্ট্ৰত ১৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ১১ খন ৰাজ্যৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। বিজেপি আৰু বিৰোধী দলৰ মাজত মতবিৰোধৰ বাবে প্ৰতিদ্বন্দ্বিতা…

ধানুকাৰ প্ৰতিষ্ঠান ঘনশ্যাম ফাৰ্মাচিউটিকেলছে যোগান ধৰে নিম্নমানৰ ঔষধ ৷ ২০১৬ চনতে পৰীক্ষাগাৰত প্ৰমান হৈছিল এই কথা ৷ তাৰ পাছতো ধানুকালৈ অহেতুক দৰদ কিয়?

দেশ জ্বলিছে নুপুৰ শর্মাৰ বিৰুদ্ধে ক্ষোভত৷ উত্তৰ প্ৰদেশ,দিল্লী,মহাৰাষ্ট্ৰ,কর্নাটক,ঝাৰখণ্ড,পশ্চিম বংগত ক্ষোভৰ দাবানল৷ দাউদাউকৈ জ্বলিছে বাহন,ভাঙিছে মন্ত্ৰীৰ গাড়ী৷ শুক্ৰবাৰৰ নামাজৰ পিছতেই দেশৰ প্ৰান্তে প্ৰান্তে অভাবনীয় পৰিস্থিতি৷ আনফালে নুপুৰ শর্মাৰ জিভা কাটিব পাৰিলে ঘোষনা কৰা হৈছে এক কোটি টকাৰ পুৰস্কাৰ৷ সৱিশেষ লৈ এক…