শ্ৰেণী ৰাষ্ট্ৰীয়

প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা : চৰকাৰৰ ভূমিকাত অসন্তুষ্ট হৈ উচ্চতম ন্যায়ালয়ে কি ক’লে ?

দেশজুৰি দুৰ্দশাৰ সন্মুখীন হোৱা প্ৰবাসী মজদুৰসকলৰ বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰিছে ৷ লগতে প্ৰবাসী শ্ৰমিকসকলক সহায়ৰ বাবে পদক্ষেপ ল’বলৈও নিৰ্দেশ দিছে ৷ন্যায়ালয়ে চৰকাৰৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰি কয় যে শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় আৰু…

ভাৰতে নিজৰ অৰ্থনীতি নিজেই ধ্বংস কৰিব নেকি?

‘ভাৰতে নিজৰ অৰ্থব্যৱস্থা নিজেই শেষ কৰিব, যদিহে এইদৰে লক্ডাউনৰ মাত্ৰা অধিক বৃদ্ধি কৰি যায় ৷’- এইদৰে নিজৰ মত প্ৰকাশ কৰিছে ছুইডেনৰ এগৰাকী অধ্যাপকে । ছুইডেনৰ কাৰোলিন্স্কা ইনষ্টিটিউটৰ প্ৰফেছৰ জ’হান গিছেকিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে মত বিনিময় অনুষ্ঠানত এই শংকা…

২০২১ ৰ প্ৰথমভাগতে আহিব ক’ৰোনাৰ প্ৰতিষেধক : জনালে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে

ক’ৰোনা ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ পৰীক্ষাত এতিয়ালৈকে যথেষ্ঠ আশাৰ খবৰ পোৱা গৈছে ৷ইয়াৰ ভিতৰত যিকোনো এটা প্ৰতিষেধক অহা বছৰৰ প্ৰথমভাগত নিশ্চিতভাবে ব্যৱহাৰৰ উপযোগী হৈ উঠিব ৷ – এই মন্তব্য হাৰ্ভাৰ্ড বিশ্ববিদয়ালয়ৰ অধ্যাপক আশীষ ঝাৰ ৷ আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰে হোৱা…

মহাৰাষ্ট্ৰত পতন হ’ব নেকি শিৱসেনা চৰকাৰৰ?

ক’ৰোনা মহামাৰীৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শেহতীয়া সংবাদমেলে মহাৰাষ্ট্ৰৰ শিৱসেনা-এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোট চৰকাৰলৈ সংকট নামি অহাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ৷ শেহতীয়া সংবাদমেলত মহাৰাষ্ট্ৰৰ পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মহাৰাষ্ট্ৰত…

প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ গৃহ ৰাজ্যত যথেষ্ট পৰিমাণে হোৱা নাই ক’ৰোনা টেষ্টিং

ক’ৰোনাৰ সৈতে যুঁজিবলৈ ৰেপিড টেষ্টিং যে নিতান্তই প্ৰয়োজনীয়, সেই কথা বহুসময়ত ভিন্ন লোকে দাবী উত্থাপন কৰি আহিছে। অসমতো ব্যতিক্ৰম নহয়। শেহতীয়াকৈ পশ্চিমবংগৰ বিজেপিৰ কৰ্মীসকলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধেও এনে অভিযোগ তুলি ধৰি কয় যে টেষ্টিঙৰ সংখ্যা বৃদ্ধি কৰিলেই কোভিড-১৯ পজিটিভত…

স্থবিৰ হ’ব নেকি মিড্ ডে মিল, স্মাৰ্ট চিটী আঁচনিৰ লগতে বহু কেন্দ্ৰীয় আঁচনিৰ কাম!

ক’ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত দেশৰ অৰ্থব্যৱস্থাত যথেষ্ট পৰিমাণে নেতিবাচক প্ৰভাৱ পৰিছে। ফলত চৰকাৰী বহু আঁচনিত বাধা আৰোপৰ সম্ভাৱনা আহি পৰিছে। প্ৰকৃতপক্ষে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুদান দিয়া আঁচনিসমূহৰ খৰচ বহন ৬:৪ অনুপাতত নিৰ্ধাৰণ কৰা হৈছ । অৰ্থাত্ কেন্দ্ৰৰ আঁচনিসমূহত কেন্দ্ৰীয় চৰকাৰে ৬০…

উত্তৰ প্ৰদেশৰ কোভিড-১৯ পজিটিভৰ ৬০শতাংশই প্ৰবাসী লোক

কোভিড-১৯ পজিটিভৰ সংখ্যাৰ তালিকাত উত্তৰপ্ৰদেশত প্ৰবাসী শ্ৰমিকৰ অৱদানেই সৰ্বাধিক। ৰাজ্যখনৰ চৰকাৰী তথ্য অনুসৰি আশাকৰ্মীসকলৰ দ্বাৰা স্ক্ৰীণিং টেষ্টৰ দ্বাৰা সংগ্ৰহ কৰা ৫৪,৮৪৯টা নুমনা অন্য ৰাজ্যৰ পৰা অহা লোকৰ। তাৰ ভিতৰত ১,৬৬৩টা পজিটিভ পোৱা গৈছে। অৰ্থাত্ উত্তৰপ্ৰদেশৰ ৬০শতাংশ সক্ৰিয় কেছ প্ৰবাসী লোকৰ…

মই মন্ত্ৰী, কোৱাৰেণ্টাইনত নাথাকো

আজি সোমবাৰৰ পৰা আৰম্ভ হল বিমানসেৱা। কেন্দ্ৰৰ নিৰ্দেশনা- বিমানৰ পৰা নমাৰ পিছতে থাকিব লাগিব প্ৰতিষ্ঠানিক কোৱাৰেণ্টীনত। কিন্তু এই নিয়মতো সাধাৰণ জনতাৰ বাবে। সেয়ে বাংগালুৰুত বিমানবন্দৰৰ পৰা নামিয়ে নিজা ব্যক্তিগত বাহনত উঠি পোনে পোনে নিজৰ ঘৰলৈ গল মন্ত্ৰী সদানন্দ গৌড়া। সদানন্দ…

ক’ৰোনা-ইৰানক অতিক্ৰমি প্ৰথম দহত ভাৰত

চীনক অতিক্ৰম কৰাৰ পিছত এইবাৰ ইৰানক অতিক্ৰম কৰিলে ভাৰতে । সৰ্বাধিক ক’ৰোনা আক্ৰান্ত প্ৰথম দহখন দেশৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ভাৰত। আমেৰিকা, ব্ৰাজিল, ৰাছিয়া, ব্ৰিটেইন, স্পেইন, ইটালী, ফ্ৰান্স, জাৰ্মানী, তুৰস্কৰ পিছত ভাৰত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ঘণ্টাত দেশত…

সঞ্জয় ৰাউতৰ যোগী আদিত্য়নাথলৈ আহ্বান- বাবা মন কি আখে খোঁলো

দেশব্যাপী চলা দুমাহযোৰা লকডাউনৰ মাজত দেশৰ প্ৰবজিত শ্ৰমিকৰ অৱস্থা খুবেই সংকটজনক। প্ৰতিদিনেই শ্ৰমিকৰ দুৰাৱস্থাৰ নিত্য নতুন খবৰ আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা। নিজৰ আপোন ঘৰলৈ খোজকাঢ়ি অহা বহু শ্ৰমিকৰ প্ৰাণ গৈছে ৰাস্তােতই। দৰমহা অনিশ্চিত, খাদ্য অনিশ্চিত, অনিশ্চিত বাসস্থানৰ নিৰাপত্তা। তাৰ…