Investigative reporting with dedication.
CDS জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ উদঘাটন

বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ উদঘাটন। বিগত মাহৰ ৮ ডিচেম্বৰত দেশৰ প্ৰথম প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল। দুৰ্ঘটনাটোত ৰাৱাটৰ পত্নীসহ ১২ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। তামিলনাডুত সংঘটিত হৈছিল এই ভয়াবহ দুৰ্ঘটনা। দুৰ্ঘটনাটো কোনো…










