শ্ৰেণী ৰাষ্ট্ৰীয়

প্ৰত্যেকগৰাকী মুছলমান মহিলা ভুক্তভোগীৰ লগত থিয় হৈ আছে কেন্দ্ৰীয় চৰকাৰ: নৰেন্দ্ৰ মোদী

সম্প্ৰতি অব্যাহত থকা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত চাহাৰানপুৰৰ এক ৰেলীত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ প্ৰতিটো অপৰাধমূলক ঘটনাৰ ভুক্তভোগীৰ লগত কেন্দ্ৰীয় চৰকাৰ থিয় হৈ আছে। প্ৰত্যেকগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলা যিসকলে সাম্প্ৰদায়িকতা অথবা অইন কোনো কাৰণত…

প্ৰথমে ভোটদান পিছত জলপান: নৰেন্দ্ৰ মোদী

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১১খন জিলাত ৫৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। ২৬,০২৭ টা কেন্দ্ৰত চলি থকা…

হিজাব খুলি মহাবিদ্যালয়ত প্ৰৱেশৰ নিৰ্দেশ দিছিল প্ৰতিবাদকাৰীয়ে : মুছকান

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কৰ্ণাটকৰ এখন মহাবিদ্যালয়ৰ মুছকান নামৰ এগৰাকী ছাত্ৰীৰ এক ভিডিঅ’ই টোলপাৰ লগাইছে দেশ। ভিডিঅ’ত দেখা গৈছিল হিজাব পৰিহিতা একৰাকী ছাত্ৰীক লক্ষ্য কৰি “জয় শ্ৰী ৰাম” ধ্বনিৰে গেৰুৱা স্কাৰ্ফ পৰিধান কৰি আগবাঢ়ি অহা এটা সমদল আৰু…

শাসনলৈ অহাৰ ১০ দিনৰ ভিতৰতেই কৰিব কৃষকৰ ঋণ পৰিশোধ : প্ৰিয়ংকা গান্ধী

শেহতীয়াকৈ কংগ্ৰেছ দলৰ উন্নতি বিধান শীৰ্ষক ইস্তাহাৰ প্ৰকাশ কৰি দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সদৰী কৰে যে শাসনলৈ অহাৰ ১০ দিনৰ ভিতৰতেই উত্তৰ প্ৰদেশৰ সকলো কৃষকৰ ঋণ পৰিশোধ কৰিব দলটিয়ে। তাৰোপৰি অৰ্ধ বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ লগতে কোভিড আক্ৰান্ত পৰিয়াল সমূহলৈ…

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই পালে অন্তৰ্ৱতীকালীন জামিন

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন। ১৯ ফেব্রুৱাৰীলৈকে ম্যাদ থাকিব অন্তৱৰ্তীকালীন জামিনৰ। SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। নগাঁও জিলা বিশেষ ন্যায়াধীশৰ আদালতে গ্ৰাহ্য কৰিলে অন্তৰ্ৱতীকালীন জামিন।

হিজাব পৰিহিতা মুছলমান ছাত্ৰী টার্গেট হৈ পৰিছে নেকি হিন্দুত্ববাদীৰ?

কনার্টকৰ এখন কলেজত হিজাব পৰিহিত এগৰাকী ছাত্ৰীৰ সন্মুখত বহু সংখ্যক গেৰুৱা বসনধাৰী শিক্ষার্থীয়ে জয় শ্ৰী ৰাম বুলি চিঞৰিছে৷ ছাত্ৰী গৰাকীয়েও আল্লাহু আকবৰ বুলি প্ৰত্যুত্তৰ প্ৰদান কৰিছে৷এনেদৰেই এতিয়া কনার্টকক হিজাব বির্তকই জোকাৰিছে৷কিন্তু কি এই হিজাব বিতর্ক? হিজাব বিতর্কৰ সূচনা হয় ১…

নেহৰুলৈ দোষ ঠেলি আৰু কিমান পলায়ন কৰিব নৰেন্দ্ৰ মোদীয়ে ?

যদি দেশত কংগ্ৰেছ দল নাথাকিলহেঁতেন , তেনেহ’লে কি হ’লহেঁতেন ? এই প্ৰশ্ন নিজেই আলোচনালৈ আনি নিজেই উত্তৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সোমবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰত্যু্ত্তৰ দিয়াৰ পাছত আজি ৰাজ্যসভাত বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

হিমবাহত আৱদ্ধ হৈ মৃত্যু ৭ সেনা জোৱানৰ

অৰুণাচল প্ৰদেশত দেওবাৰে হোৱা হিমস্খলনত আৱদ্ধ হৈ পৰা ৭ সেনা জোৱানৰ শৱদেহ মঙলবাৰে উদ্ধাৰ কৰা হয় ৷ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে অৰুণাচল প্ৰদেশৰ কামেঙ সীমান্তত বৰফৰ স্তুপত আবদ্ধ হৈ পৰা ৭ জন সেনা জোৱানৰে…