শ্ৰেণী ৰাষ্ট্ৰীয়

ভাৰতীয় ৰাজনীতিত ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ উদাহৰণ কিমান?

যদিহে সংসদলৈ নিৰ্বাচিত জনপ্ৰতিনিধিসকল চৰিত্ৰৱান ,সমৰ্থৱান আৰু ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতি দায়িত্বশীল হয় , তেন্তে এখন দুৰ্বল সংবিধান থাকিলেও সংসদে দেশসেৱাৰ প্ৰতি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব পাৰিব।’’ –এই কথাষাৰ কৈছিল স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে।ৰত্নাকৰ বাল্মিকী হ’ব পাৰে। হোৱাতো  সম্ভৱ।…

অভিমানী অভিষেকে এৰিব নেকি মমতাৰ সংগ ?

দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে শাসনলৈ আহিল মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ ৷ মহাপৰাক্ৰমী বিজেপিক ধৰাশায়ী কৰি তেও একেসময়তে প্ৰধানমন্ত্ৰিত্বৰো দাবীদাৰ হৈ উঠিল ৷দেশজুৰি আৰম্ভ কৰিলে দলৰ সংগঠন বিস্তাৰৰ কাম ৷ কিন্তু সেই তৃণমূল এতিয়া আভ্যন্তৰীণ সংঘাতত…

এগৰাকী গায়িকা এতিয়া কেনেকৈ মূৰৰ কামোৰণিত পৰিণত হৈছে যোগী আদিত্যনাথৰ বাবে?

উত্তৰ প্ৰদেশৰ প্ৰথম পর্যায়ৰ নির্বাচন শেষ৷পৰবর্তী ৬ টা পর্যায়ৰ বাবে এতিয়া প্ৰস্তুতি প্ৰতিটো ৰাজনৈতিক দলৰ৷এই নির্বাচনৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাবে মূৰৰ কামোৰণি হিচাপে পৰিগনিত হৈছে এগৰাকী বিশেষ ব্যক্তি৷তেখেত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী নহয়,নহয় সমাজবাদী পার্টিৰ অখিলেশ যাদব অথবা আৰ…

মমতা বেনাৰ্জী আৰু প্ৰশান্ত কিশোৰৰ ‘আইপেক’ৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ

মমতা বেনাৰ্জী তৃতীয়বাৰ পশ্চিমবংগৰ শাসনলৈ অহাত প্ৰশান্ত কিশোৰ আৰু তেওঁৰ সংস্থা আই পেকৰ ভূমিকা উল্লেখযোগ্য ৷ কিন্তু শেহতীয়াকৈ মমতা বেনাৰ্জীক টুইটাৰত ফলো কৰা বন্ধ কৰি দিছে আই পেকে ৷ চৰ্চা চলিছে যে আইপেক আৰু তৃণমূলৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷…

কাম নাপাই কিমান নিবনুৱাই আত্মহত্যা কৰে ‘আত্মনিৰ্ভৰ ভাৰত’ত?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান চাকৰি দিয়াৰ কথা আছিল মনত আছেনে আপোনাৰ ? তাৰ পাছত কি ক’লে সেয়া নিশ্চয় আপুনি পাহৰিব পৰা নাই ৷ বছৰি ২ কৌটি চাকৰি দিয়াৰ কথা আছিল , পাছত ক’লে পদপথত পকৰী বেচাটোও এটা সংস্থাপন ৷ কথাৰ…

কৃষক হত্যাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই কিয় জামিন পালে ?

উত্তৰ প্ৰদেশত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৫৮ টা সমষ্টিত ৫৩ টাতেই আছে বিজেপি বিধায়ক ৷ কিন্তু পশ্চিম উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট এইবাৰ সুকীয়া ৷ মূলত: তিনিটা কাৰণত পশ্চিম উত্তৰ প্ৰদেশত বিজেপি প্ৰত্যাহ্বানৰ…

জামিন লাভ কৰিলে লখিমপুৰৰ খেৰীৰ মূল অভিযুক্ত তথা মন্ত্ৰী পুত্ৰ আশীষে

উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনৰ সূচনাৰ দিনটোতেই জামিন লাভ কৰিলে লখিমপুৰৰ খেৰীৰ মূল অভিযুক্ত তথা মন্ত্ৰী পুত্ৰ আশীষে । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বৰাষ্ট্র প্ৰতিমন্ত্রী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষৰ জামিন মঞ্জুৰ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে । বিগত বৰ্ষৰ ৩ অক্টোবৰ…

মল্লযোদ্ধা দলীপ সিং ৰাণাৰ বিজেপিত যোগদান

‘গ্ৰেট খলী’ মল্লযোদ্ধা দলীপ সিং ৰাণাৰ বিজেপিত যোগদান। আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰে মল্লযোদ্ধাগৰাকীয়ে। দলীপ সিং ৰাণা এগৰাকী ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা, কুস্তি প্ৰচাৰক আৰু অভিনেতা। তেওঁক ডাব্লিউডাব্লিউইত দ্য গ্ৰেট খলী ৰিং নামেৰে জনাজাত। দলীপ সিং ৰাণাই…