Category দস্তাবেজ

কেনেকৈ বাৰে বাৰে জী উঠে লালুপ্ৰসাদ যাদৱ ?

অৰূপ কলিতা বিতৰ্কিত , জনপ্ৰিয় , বিবাদিত – যি বুলিয়েই কোৱা নহওক কিয় লালুপ্ৰদসাদ যাদৱ ভাৰতীয় ৰাজনীতিৰ এক অনস্বীকাৰ্য ব্যক্তিত্ব ৷ বাৰে বাৰে লালুপ্ৰসাদ যাদৱৰ ৰাজনৈতিক শ্ৰদ্ধাঞ্জলি লিখা হয় কিন্তু  ফিনিক্স পখীৰ দৰে তেও আকৌ উভতি আহে ৰাজনীতিৰ ময়দানলৈ ৷…

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰাৰ আগত কি ঘটিছিল ?

কিয় ৰাহুল হিমন্তৰ বাবে পথৰ হেঙাৰ হৈ পৰিল , কি পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিবলগীয়া হ’ল , কংগ্ৰেছ এৰাৰ আগত ছোনিয়া গান্ধীয়ে কি কৈছিল হিমন্ত বিশ্ব শৰ্মাক – এই সকলোবোৰ কথাৰে ‘দ্য ক্ৰছকাৰেন্ট’ৰ এই বিশেষ প্ৰতিবেদন ৷

দিল্লীৰ পৰা বংগলৈ উভতি যোৱা ‘দিদি’ আকৌ দিল্লীমুখী কিয় ?

মমতাৰ ৰাজনীতিত প্ৰৱেশৰ কাহিনী “তেওঁ জন্মগতভাবে বিদ্ৰোহী ৷ নিৰ্ভীক আৰু আগ্ৰাসীভাবে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে ৷ আজি যি স্থানত তেওঁ থিয় হৈ আছে , সেয়া হ’ল প্ৰচণ্ড শ্ৰম আৰু কঠিন সংগ্ৰামৰ পৰিণতি ৷” –পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিষয়ে এইদৰে  লিখিছিল…

ৰাম মন্দিৰৰ ভূমিপূজনত কিয় উপস্থিত নাছিল বাবৰি মছজিদ ধ্বংসৰ কাণ্ডাৰী কল্যাণ সিং?

সেয়া আছিল ১৯৯৭ চনৰ কথা। নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছিল উত্তৰ প্ৰদেশৰ ৰাজনীতি। বিজেপি আৰু বিএছপি প্ৰতিটো দলেই উত্তৰ প্ৰদেশত গাইপতি ৬ মাহকৈ চৰকাৰ চলোৱাৰ নতুন ফৰ্মূলা তৈয়াৰ কৰিছিল। মায়াৱতীয়ে বাজপেয়ী আৰু কাঞ্চীৰামৰ মাজত হোৱা চুক্তিৰ বিনিময়ত প্ৰথম ছয়…

ৰাজীৱ গান্ধীক লৈ ডায়েৰীত কি লিখিছিল ছোনিয়া গান্ধীয়ে  ?

“ যেতিয়া তুমি কাৰোবাক সচাঁকৈ ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো কেৱল ৰাজীৱক ৷

আমেৰিকাই কিয়, কেনেদৰে জন্ম দিছিল তালিবানৰ ?

দুটা দশক , মানে ২০ বছৰ। সম্পূৰ্ণ ২০ বছৰ আমেৰিকাই নিয়ন্ত্ৰণ কৰিছিল আফগানিস্তান। এই ২০ বছৰত আফগানিস্তানত আধিপত্য বজাই ৰাখিবলৈ আমেৰিকাই ব্যয় কৰিছিল কমেও ৬১ লাখ কৌটি টকা। কিন্তু আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ দহ দিনৰ ভিতৰতে সলনি হৈ গ’ল বিগত…

মীৰাবাঈ চানু : বিফলতা , হতাশা , পৰাজয়ৰ পাছত অলিম্পিক জয়ৰ হৃদয়স্পৰ্শী কাহিনী

জুৰি বৰুৱা প্ৰতিজন মানুহৰে নিজৰ জীৱনটোৰ প্ৰতি থাকে অনন্ত মোহ ৷ এই কথা মুখ খুলি স্বীকাৰ নকৰিলেও ইয়াক বুজি পাবৰ বাবে আমাৰ জীৱনলৈ আহে কিছু সুযোগ ৷ এই সুযোগবোৰ এক অৰ্থত বিফলতা ৷ প্ৰতিজন সফল মানুহেই জীৱনৰ নানা যাত্ৰাত বিফল…

মমতা বেনাৰ্জী : ২০২৪ ত অগ্নিকণ্যাই পাৰিবনে ?

মমতাৰ তৃণমূলে কংগ্ৰেছৰ পৰাই গজালি মেলি এতিয়া বৃক্ষৰ ৰূপ লৈছে ৷ শিপা একেডালেই ৷ গতিকে এই মিত্ৰতাত বিশ্বাস-অবিশ্বাসৰ অৱতাৰণাও কমকৈ হ’ব৷ হয়তো সেয়া সম্ভৱ হ’বলৈও গৈ আছে ৷ সেয়ে এই মুহূৰ্তত দেশবাসীয়ে একেই উৎসুকতাৰে চাই ৰৈছে মমতা বেনাৰ্জীয়ে পিনে –২০২৪ ত অগ্নিকণ্যাই বিজেপিক প্ৰতিহত কৰিব পাৰিবনে ?

লাভলীনা : অভাৱত থাকিও যিয়ে অস্বীকাৰ কৰিছিল কৰ্প’ৰেটৰ বিজ্ঞাপনৰ প্ৰস্তাৱ

দেৱজিৎ ফুকন কোনো ৰাষ্ট্ৰীয়  নাইবা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা লাভ কৰিলেই তেনে খেলুৱৈক টাৰ্গেট কৰি লয় বহুজাতিক কোম্পানীবোৰে৷ বিশ্ব চেম্পিয়নশ্বিপত পদক পোৱাৰ পাছত তেনে বহুজাতিক কোম্পানীৰ লক্ষ্যৰ পৰা বাচি যোৱা নাছিল লাভলীনাও৷ ডাঙৰ কোম্পেনীয়ে আগবঢ়াইছিল বিজ্ঞাপনৰ ‘অফাৰ’৷ তাৰ বিনিময়ত দিবলৈ ৰাজি…

মীৰাবাঈ : পাহাৰত খৰি লুৰা ছোৱালীজনীয়ে আজি অলিম্পিকত বুটলিলে ৰূপৰ পদক

সেয়া প্ৰায় ১৪ বছৰ আগৰ কথা। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২০ কি :মি: দূৰৈৰ এখন গাঁৱৰ পাহাৰত ঘামত তিতি উমলি আছিল দুটি শিশু। ১৬ বছৰীয়া সানাতোম্বা মিতি আৰু তেওঁৰ ১২ বছৰীয়া ভনীয়েকে ঘৰৰ বাবে খৰি লুৰিবলৈ গৈছিল পাহাৰখনলৈ। কিন্তু…