Investigative reporting with dedication.
এন আৰ চিত ৩৬০ কৌটিৰ দুৰ্নীতি : প্ৰতীক হাজেলাক সুৰক্ষা দিছে কোনে ?

‘এন আৰ চিৰ দুর্নীতিৰ কথা আমি সময়ে সময়ে কৈ আহিছো যদিও আমাৰ প্রতিটো তথ্য সচা প্ৰমাণ কৰি শেহতীয়া যি অডিটৰ জেনেৰেলৰ প্ৰতিবেদন তাত ৩৬০ কৌটি টকাৰ ভয়ংকৰ বিসংগতি ধৰা পৰিছে। কিন্ত কথা হ’ল এই সম্পৰ্কত আমি ৰুজু কৰা এটা গোচৰৰ…










