Investigative reporting with dedication.
পানীৰ মিস্ত্ৰী , পতঞ্জলীৰ শ্ৰমিকেৰে গঠন আছুৰ জিলা সমিতি

ঘূণে ধৰিছে অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন বুলি দাবী কৰা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত । আছু নেতৃত্বৰ মইমতালিৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হৈছে ইজনৰ পাছত সিজন আছু নেতা । বয়োবৃদ্ধ ছাত্ৰ নেতাৰে ভৰপূৰ হৈ পৰা আছুৰ মজিয়াত এতিয়া চলিছে চৰম অৰাজকতা…










