Investigative reporting with dedication.
নীতি প্ৰস্তুত কৰিও ৰূপায়ণ নকৰে কিয়?

উপায়ুক্তক নিৰ্দেশ দি বানাক্ৰান্তৰ ক্ষয়-ক্ষতিৰ তালিকা ল’ব ঠিকেই। কিন্তু ক্ষতিপূৰণ প্ৰদান কৰিবনে?
Investigative reporting with dedication.

উপায়ুক্তক নিৰ্দেশ দি বানাক্ৰান্তৰ ক্ষয়-ক্ষতিৰ তালিকা ল’ব ঠিকেই। কিন্তু ক্ষতিপূৰণ প্ৰদান কৰিবনে?

‘ফৰ্মূলা ছিক্স’ অনুসৰি একনাথ সিন্দে গোটৰ প্ৰতিগৰাকীয়ে পাব মন্ত্ৰীত্ব।তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পথত দেৱেন্দ্ৰ ফাড়নবীশ। একনাথ সিন্দে হ’ব পাৰে উপ- মুখ্যমন্ত্ৰী।

উত্তপ্ত ৰাজস্থান৷ কানহায়া লালৰ হত্যাৰ ঘটনক লৈ তীব্ৰ অস্থিৰতাই বিৰাজ কৰিছে ৰাজস্থানৰ উদয়পুৰত।

একেই আইন, একেই চেকশ্যন৷ কিন্তু পৃথক কিয় একচন? যি ধাৰাত মহম্মদ জুবেৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল, একেই ধাৰাত গোচৰ ৰুজু হৈছিল নূপুৰ শর্মাৰ বিৰুদ্ধে৷ জুবেৰক গ্ৰেপ্তাৰ কৰা হ’ল, কিয় গ্ৰেপ্তাৰ নহ’ল নূপুৰ শর্মা?

এসময়ত মনমোহন সিঙক সোধা প্ৰশ্নৰ উত্তৰ আজি নৰেন্দ্ৰ মোদীয়ে নিজেই দিবনে?

এমুঠি চিৰাই এতিয়া প্ৰধান খাদ্য বানাক্ৰান্তৰ বাবে৷ কিন্তু সেই চিৰাতেই এইবাৰ জিএছটি লগালে কেন্দ্ৰই৷ মুড়ি, পিঠাগুড়ি, গুড় আৰু পাপৰতো লাগিল জিএছটিৰ মোহৰ৷

অস্তিত্বৰ সংকটত শিৱসেনা ৷ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰৰ আস্থাভোটৰ বাবে সেউজ সংকেত দিয়াৰ পাছতেই মুখ্যমন্ত্ৰীৰ চকী এৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৷ ইয়াৰ লগে লগে মহা বিকাশ আগাধী অৰ্থাৎ শিৱসেনা – এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰৰ পতন ঘটিল ৷মহাৰাষ্ট্ৰৰ…

কোন ১৪৪ জন বিৰোধী সাংসদৰ সমষ্টিত চকু পৰিছে বিজেপিৰ?

কাপোৰ চিলোৱাৰ অজুহাতেৰে দোকানত প্ৰৱেশ কৰি নুপুৰ শৰ্মাৰ সমৰ্থনকাৰী দৰ্জী কানহায়া লালক নৃশংস হত্যা। ভাইৰেল ভিডিঅ’।

মুখ্যমন্ত্ৰীৰ মতে বানৰ লগত মোকাবিলা কৰিবলৈ কেন্দ্ৰই অসমক সকলো দিছে৷ দিছে বান সাহার্যৰ চাউল, ডালিৰ বাবেও ধন৷ কিন্তু তথ্যই কয়, এনডিআৰএফৰ প্ৰাপ্য পূঁজিৰ পৰা বছৰ বছৰ ধৰি অসমক বঞ্চিত কৰি আহিছে মোদী চৰকাৰে? চাওক মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিপৰীতে কি কয় তথ্যই?…