The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

IISER নো কি? উচ্চতৰ মাধ্যমিকত স্থান পালেই পঢ়িবলৈ সুযোগ পায়নে IISER ত?

IISER ত পঢ়িব ধৃতিৰাজে৷ কিন্তু বহুতেই নাম শুনি নোপোৱা IISER নো কি? উচ্চতৰ মাধ্যমিকত স্থান পালেই পঢ়িবলৈ সুযোগ পায়নে IISER ত? অসমৰ আন আন ছাত্ৰ-ছাত্ৰীয়ে IISER ত অধ্যয়ন কৰিছেনে?  

চাৰি দিনৰ আৰক্ষীৰ জিম্মাত জুবেৰ

হোটেলৰ নাম আছিল ‘হানিমুন’৷ ২০১৪ চনৰ পিছত কৰা হল ‘হনুমান হোটেল’৷ এখন পুৰণি হিন্দী ছবিৰ ফটো শ্বেয়াৰ কৰি ২০১৮ চনতেই এই টুইট কৰিছিল Alt News ৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেৰে৷ ২০১৮ চনৰ টুইটক লৈ ২০২২ চনত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰি…

আছুৰ আপোচকামী পথ আৰু বসন্ত ডেকাৰ সকীয়নি

অসম আন্দোলনৰ উত্তাল দিনবোৰৰ কথা।সদৌ অসম ছাত্ৰ সন্থাৰ এটা আহ্বানত সমগ্ৰ অসমৰ ৰাজপথ ভৰি পৰে হাজাৰ হাজাৰ জনতাৰে।প্ৰতিদিনে নতুন নতুন কাৰ্যসূচী ।আন্দোলনৰ নতুন নতুন পথ।বন্দুক , বেইনেটৰ ভয় নেওচি ওফৰাই দিছে সান্ধ্য আইন।গুপ্তচৰ,চোৰাংচোৱা নিয়োগ কৰিও আছু নেতাক কৰায়ত্ত কৰাত ব্যৰ্থ…

মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, ‘চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ’বই’

মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, ‘চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ’বই’৷ কিন্তু কি যুক্তি?

ছাত্ৰ সন্থা ভূমিকাত কিয় ক্ষুন্ন আছুৰ পৰামর্শদাতা?

সংবাদমাধ্যমৰ অগোচৰে মুখ্যমন্ত্রী-আছুৰ বৈঠক। তাৰপাছতে আছুৰ ভূমিকাক লৈ মুকলি অসন্তুষ্টি সংগঠনটোৰ দীৰ্ঘকালৰ পৰামর্শদাতা বসন্ত ডেকাৰ। আছুক লৈ কি ক’লে অধ্যাপক বসন্ত ডেকাই। চাওক এই প্ৰতিবেদন-

৭১ টকাত লাভ কৰিব এক লিটাৰ পেট্ৰ’ল আৰু ৮৩ টকাত লাভ কৰিব এশটকীয়া বিয়েৰৰ বটল। কিন্তু কেনেকৈ?

৭১ টকাত লাভ কৰিব এক লিটাৰ পেট্ৰ’ল আৰু ৮৩ টকাত লাভ কৰিব এশটকীয়া বিয়েৰৰ বটল। কিন্তু কেনেকৈ?

দৰঙৰ দৃষ্টৰাজ বাস্তব কলিতাৰ কথাই হৃদয় চুইছে ৰাইজৰ

ডাক্তৰ হব নে বিজ্ঞানী হব সেয়া পিছৰ কথা৷ নিজকে এগৰাকী ভাল মানুহ হিচাপে গঢ়ি তোলাটোহে প্ৰথম লক্ষ্য৷ দৰঙৰ দৃষ্টৰাজ বাস্তব কলিতাৰ কথাই হৃদয় চুইছে ৰাইজৰ৷

উচ্চতম ন্যায়ালয়ত একনাথ সিন্দেৰ কি আবেদন : সঞ্জয় ৰাউটৰ ই ডিৰ চমন

মহাৰাষ্ট্ৰৰ ৰাজনীতি এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়াত নিৰ্ণয় হ’ব। শিৱসেনাৰ ১৬ গৰাকী বিসম্বাদী বিধায়কক বিধানসভাৰ অধ্যক্ষই দিয়া কাৰণ দৰ্শোৱাৰ জাননী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে একনাথ সিন্দে আৰু ১৫ গৰাকী বিধায়ক। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত তেওঁলোকে উল্লেখ কৰিছে যে শিৱসেনাৰ…

৪ মাহতে আপৰ প্ৰতি পঞ্জাৱৰ জনতাৰ মোহভংগ কিয়?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ গৃহ সমষ্টিত আপৰ পৰাজয়।অখিলেশ যাদৱৰ সমষ্টিত বিজেপিৰ বিজয়।উপ-নিৰ্বাচনৰ ফলাফলত আৰু কি কি অঘটন ঘটিল?চাওক এই প্ৰতিবেদনত—