The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

১০ বছৰ বিৰতিত পাকিস্তানত মালালা

১০ বছৰ বিৰতিত পাকিস্তানত মালালা | জননী – জন্মভূমিৰ প্ৰেমত বন্দী মালালা | তালিবানৰ আক্ৰমণৰ মাজতেই মালালা নিজ দেশত |  সম্পূৰ্ণ ১০ টা বছৰ পিছত পাকিস্তানৰ ভূমিত ভৰি থলে মালালা ইউচুফজায়ে | জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী -জন্মভূমিক কেতিয়াও পাহৰিব নোৱাৰি …

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব নিৰ্বাচন । পিছে এই নিৰ্বাচন দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । ২২ টা সমষ্টিত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত…

বিজেপিয়েই গিলিলে নেকি শিৱসেনাক ?

ধনু-কাঁড় বাদ, টৰ্চ লৈ সাজু থাকৰেপন্থী বিজেপিয়েই গিলিলে নেকি শিৱসেনাক? কোনেও নাপালে পুৰণি নাম-চিহ্ন শিৱসেনা নামটোক লৈ চলি থকা খাম খেয়ালিৰ ইতিমধ্যে অন্ত পৰিছে ৷ উদ্ধৱ থাকৰে গোটটো এতিয়াৰে পৰা শিৱসেনা উদ্ধৱ বালাচাহেব থাকৰে আৰু সিন্দে গোটটো বালাচাহেবআঞ্চী শিৱসেনা হিচাপে…

গৌতম বুদ্ধৰ প্ৰতি আকৰ্ষিত গৌতমক তলব আৰক্ষীৰ

আপক ‘হিন্দু বিৰোধী’ বনাই ৰোষত পৰিছে গৌতম |  আপ নেতা ৰাজেন্দ্ৰ পল গৌতমক দিল্লী আৰক্ষীয়ে মঙলবাৰে তলব কৰিছে ৷ আপ নেতা গৰাকীৰ বিৰুদ্ধে ধৰ্মৰ বিৰুদ্ধে বিদ্বেষ ভাৱ সৃষ্টি কৰাৰ অভিযোগ তুলিছিল বিজেপিয়ে ৷ দিল্লীত ‘বুদ্ধিষ্ট চ’ছাটি অব ইণ্ডিয়া’ই আয়োজন কৰা…

 মোক্ষম আঘাত TMC ত

মোক্ষম আঘাত TMC ত পুনৰ গ্ৰেপ্তাৰ TMC ৰ বিধায়ক | তৃণমূল কংগ্ৰেছৰ বিধায়ক মাণিক ভট্টাচাৰ্যক গ্ৰেপ্তাৰ | পশ্চিম বংগৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত মঙলবাৰে ইডিয়ে তৃণমূল কংগ্ৰেছৰ এজন বিধায়কক গ্ৰেপ্তাৰ কৰে ৷ মাণিক ভট্টাচাৰ্যক ওৰেটো নিশা সোধাপোচা পৰাৰ…

এটা সাহসী কুকুৰ

এটা সাহসী কুকুৰ ভাৰতীয় সেনা বাহিনীৰ এটা কুকুৰ এতিয়া চৰ্চাত  জীৱ জন্তুৰো দেশৰ প্ৰতি থাকে অত্যন্ত দেশপ্ৰেম | এটা প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ দুঃসাহসিকতা | নিজেই গুলী খাইও দুই সন্ত্ৰাসবাদীক বাধা দিলে কুকুৰটোৱে  তাৰ পিছতেই প্ৰশংসাৰ পাত্ৰ হৈছে কুকুৰটো | ভাৰতীয় সেনা…

বিছিন্নতাবাদী নেতাৰ মৃত্যু

বিছিন্নতাবাদী নেতাৰ মৃত্যু তিহাৰ জে’লৰ কাৰাবন্দী আলতাফ শ্বাহৰ মৃত্যু৷ কাশ্মীৰৰ বিছিন্নতাবাদী নেতা আছিল আলতাফ ৷ প্ৰয়াত হুৰিয়ট নেতা ছৈয়দ আলী শ্বাহ গিলানীৰ জোঁৱায়েক আছিল আলতাফ শ্বাহ৷ হুৰিয়ট নেতা আলতাফ শ্বাহক ২০১৭ চনৰ ২৫ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ শ্ৰীনগৰৰ চৌৰা অঞ্চলৰ…

গেৰুকামুখৰ ঠুনুকা পাহাৰত ভূমিস্খলন 

গেৰুকামুখৰ ঠুনুকা পাহাৰত ভূমিস্খলন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইনটেক টানেলৰ ওপৰত ভয়ংকৰ ভূমিস্খলন । বৃহৎ বৃহৎ আকাৰৰ ভংগুৰ খহি হৈছে ভয়ংকৰ শব্দ মেঘৰ গাজনিৰ দৰেই ভয়ংকৰ শব্দত কঁপিছে আকাশ-বতাহ৷ জানিব পৰা মতে লেফ্ট বেংকৰ পাহাৰ ফোপোলা হৈ পৰিছে ফলত এই…

নৰেন্দ্ৰ মোডীৰ প্ৰতি ‘মুলায়েম’ আছিল যাদৱ

নৰেন্দ্ৰ মোডীৰ প্ৰতি ‘মুলায়েম’ আছিল যাদৱ প্ৰধানমন্ত্ৰী মোডীৰ অনুগত আছিল মুলায়েম সিং ‘সবকা চাথ সবকা বিকাশ’ নীতিৰ সমৰ্থক মুলায়েম সিং বিজেপি বিৰোধী পুত্ৰক সমৰ্থন কৰিছিল নে পিতৃয়ে? প্ৰধানমন্ত্ৰী হিচাপে মোডীক দ্বিতীয় বাৰৰ বাবে বিচাৰিছিল মুলায়েম সিং যাদৱে উত্তৰ প্ৰদেশত অখিলেশ…

 ৰহস্যৰ আবৰ্তত ‘লেপটপ স্কীম’!

ৰহস্যৰ আবৰ্তত ‘লেপটপ স্কীম’! লেপটপ বিচাৰি হাঁহাকাৰ ছাত্ৰছাত্ৰীৰ ‘প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেপটপ স্কীম’ প্ৰকৃততে কি? সঁচাকৈয়ে পাব নে লেপটপ ?  প্ৰধানমন্ত্ৰীৰ ভুৱা ৱেবছাইট? ‘প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেপটপ স্কীম ২০২২ ‘ অধীনত ২০২২-২৩ বৰ্ষত সকলো ছাত্ৰছাত্ৰীক লেপটপ আগবঢ়োৱা হ’ব বুলি প্ৰচাৰ…