হাজাৰ-হাজাৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ উত্তালত বিহাৰ

Share This Article

ৰেলৱে পৰীক্ষাত অনিয়মৰ অভিযোগত হিংসাত্মক প্ৰতিবাদ বিহাৰৰ গয়াত৷বিহাৰত ৰেইল বিভাগৰ পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ তুলি হাজাৰ-হাজাৰ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে গয়া জংচনত উপস্থিত হৈ তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।ক্ষুব্ধ শিক্ষাৰ্থীয়ে জ্বলাই দিলে যাত্ৰীবাহী ৰে’ল, ভাঙি লণ্ড ভণ্ড কৰিলে ৰে’ল ষ্টেচনোৰে’ল বিভাগৰ (RRB-NTPC) পৰীক্ষাত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলিয়েই পৰীক্ষাৰ্থীসকলে বিহাৰত সোমবাৰৰ পৰাই প্ৰতিবাদ অব্যাহত ৰাখিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.