মেঘালয়ত মমতা বাহিনীৰ চমক- ১২ কংগ্ৰেছী বিধায়ক তৃণমূললৈ

Share This Article

মেঘালয় কংগ্ৰেছত মোক্ষম আঘাত৷কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ ১২ জন বিধায়ক৷উল্লেখনীয় যে,মেঘালয় বিধানসভাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত আছিল ১৮ জন বিধায়ক৷ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১২ জন বিধায়কৰ তৃণমূল গমনে এতিয়া ৰাজ্যখনত কংগ্ৰেছ নিশকতিয়া কৰি তোলাৰ বিপৰীতে এই ঘটনা দেশৰ ৰাজনীতিত মমতা বাহিনীৰ আন এক ৰাজনৈতিক চমক হিচাপে পৰিগণিত হৈছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.