আজি লাচিত দিৱস৷

Share This Article

অসমৰ শৌৰ্য, বীৰ্যৰ প্ৰতিক বীৰ লাচিতৰ আজি জন্মদিন। ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা বীৰ লাচিত শৰাইঘাট ৰণৰ নায়ক আছিল।সমগ্ৰ ৰাজ্যত অসমীয়াৰ শৌৰ্য, বীৰ্যৰ প্ৰতীক লাচিতক সশ্ৰদ্ধ স্মৰণ কৰিছে। অসম চৰাকাৰে চৰকাৰীভাৱে কাছাৰীঘাটত অনুষ্ঠিত কৰিছে লাচিত দিৱসৰ কাৰ্যসূচী। কাছাৰীঘাটত লুইতৰ বুকুত থকা লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে অসমীয়াৰ স্বাভীমান গৰাকীক শ্ৰদ্ধা নিবেদিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.