মহাবিদ্যালয়ত নাথাকিব একাদশ দ্বাদশ শ্ৰেণী

Share This Article

নতুন শিক্ষানীতিক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল৷সংবাদমেলত উপস্থিত আছে ননী গোপাল মহন্ত৷সংবাদমেলত ঘোষণা,গুৱাহাটীত অনুষ্ঠিত হব উত্তৰ পূব শৈক্ষিক সন্মিলন৷২০ আৰু ২১ নবেম্বৰত অনুষ্ঠিত হব শৈক্ষিক সন্মিলন৷অনুষ্ঠানত ভাগ লব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানে৷সংবাদমেলত নতুন শিক্ষানীতি সন্দর্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ৷নতুন শিক্ষানীতি অনুসৰি মহাবিদ্যালয়ত নাথাকিব একাদশ দ্বাদশ শ্ৰেণী৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.