দুখবৰঃ সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ গৰাকী লোকৰ দুৰ্ঘটনাত মৃত্যু

Share This Article

◆ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ পাঁচ জনকৈ লোকৰ মৃত্যু

◆ আজি এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই লোক কেইজনে

◆ বিহাৰৰ লক্ষীচৰাইত সংঘটিত হৈছে এই ঘটনা

◆ এখন টাটা চুমুৰে আহিছিল পৰিয়ালটো

◆ ট্ৰাকত খুন্দা মৰাৰ পিছতে সংঘটিত হৈছে এই ঘটনা

◆ বিহাৰৰ পাটনাৰ পৰা এক অন্তেষ্টক্ৰিয়া অনুষ্ঠানত ভাগ লৈ উভতি আহি আছিল পৰিয়ালটো

◆ ইয়াৰ লগতে আহত হৈছে চাৰি গৰাকীকৈ ব্যক্তি

◆ দুৰ্ঘটনাৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ দেশতে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.