‘সংবাদ মাধ্যমক ভয় নকৰে কোনে’ শীর্ষক বাণীৰে ৰাজ্য চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

Share This Article

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷
দিছপুৰৰ পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত আয়োজন কৰা হৈছে ৰাজ্যিক ভিত্তিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷এই বর্ষৰ ৰাজ্যিক ভিত্তিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বাণী-‘সংবাদ মাধ্যমক ভয় নকৰে কোনে?’
সংবাদ মাধ্যমক ভয় নকৰে কোনে শীর্ষক মূল বাণীৰে আয়োজিত অনু্ষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছে মন্ত্ৰী পীয়ুষ হাজৰিকা,অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু অধিবক্তা চন্দন কুমাৰ শর্মা৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.