আজি মহাষষ্ঠী By The CrossCurrent On Oct 11, 2021 Share আজি মহা ষষ্ঠী । মহা ষষ্ঠীৰ দিনাই উখল মাখল পৰিবেশ সমগ্ৰ ৰাজ্য। ঢাক ঢোল লৈ দেবী দূৰ্গাৰ প্ৰতিমা সমুহ লৈ যোৱা হৈছে নিজ নিজ পূজা মণ্ডপত সমুহলৈ। সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে সন্ধ্যাৰ ভাগলৈ ষষ্ঠীৰ বেদীত প্ৰতিস্থা কৰা হ’ব দেবী দূৰ্গাক ।