⚫ কম্পাৰ্টমেন্টেল পৰীক্ষা সন্দৰ্ভত ছেবা কৰ্তৃপক্ষৰ নতুন
নিৰ্দেশনা –
⚫ যোগ্য প্ৰাৰ্থীৰহে আবেদন গ্ৰহণ কৰিবলৈ নিৰ্দেশ স্কুল পৰিদৰ্শকক।
⚫ ৩ টা বিষয়ৰ পৰীক্ষাত অবতীৰ্ণ হব পাৰিব প্ৰাৰ্থীসকল।
⚫ দুটাকৈ শাখাত বিভক্ত হব যোগ্য প্ৰাৰ্থী সকল।
⚫ এটা শাখাত বিশেষ পৰীক্ষাৰ বাবে আবেদন জনোৱা প্ৰাৰ্থী সকল থাকিব।
⚫ আন শাখাত বিশেষ পৰীক্ষাৰ বাবে আবেদন নজনোৱা প্ৰাৰ্থী সকল।
⚫ প্ৰাৰ্থীসকলে পূৰ্বৰ পৰীক্ষাত নূন্যতম ১৭০ নম্বৰ পোৱা হব লাগিব।
⚫ ৪ টা বা অধিক বিষয়ত অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে ৬ টা বিষয়তে পৰীক্ষাত বহিব লাগিব