২০১৫ বৰ্ষত শীৰ্ষ স্থানপ্ৰাপ্ত টিনাৰ ভগ্নী ৰিয়াৰ ১৫নং স্থান দখল ইউ পি এছ চিত

Share This Article

⚫ ঘোষিত হল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল।

⚫এটা বিশেষ নামক লৈ এতিয়া চৰ্চা দেশজুৰি।

⚫ চৰ্চা লাভ কৰা ৰিয়া ডাবী হ’ল ২০১৫ বৰ্ষত শীৰ্ষ স্থান প্ৰাপক টিনা ডাবীৰ নিজা ভগ্নী।

⚫ আইএএছ বিষয়া টিনা ডাবী বৰ্তমান ৰাজস্থান চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব হিচাপে কৰ্মৰত।

⚫ ভগ্নীৰ ফলাফলত সুখী হৈ টিনাই ইনষ্টাগ্ৰামত লিখিলে “মই জনাবলৈ পাই সুখী যে মোৰ সৰু ভগ্নী ৰিয়া ডাবীয়ে ইউপিএছচি ২০২০ পৰীক্ষাত ১৫ তম স্থান লাভ কৰিছে।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.