টকিঅ’ অলিম্পিক : হকীত স্বৰ্ণজয়ৰ আশা নিৰ্বাপিত ভাৰতৰ

Share This Article

টকিঅ’ অলোম্পিকৰ পৰা আহিল এটা বেয়া খবৰ ৷ পুৰুষৰ হকীৰ ছেমিফাইনেলত পৰাজিত হ’ল ভাৰত ৷ বেলজিয়ামৰ লগত ২-৫ গ’লৰ ব্যৱধানত পৰাজিত হ’ল ভাৰত ৷ ইয়াৰ লগে লগে স্বৰ্ণজয়ৰ সম্ভাৱণা নিৰ্বাপিত হ’লেও পদকৰ আশা শেষ হৈ যোৱা নাই ৷ ব্ৰঞ্জৰ বাবে পৰৱৰ্তী খেলত অৱতীৰ্ণ হ’ব ভাৰত ৷ উল্লেখ্য যে ,খেলৰ প্ৰথমাৰ্ধত ভাৰত ২-১ ৰ ব্যৱধানত আগুৱাই আছিল ৷ কিন্তু দ্বিতীয়াৰ্ধত বেলজিয়ামে লাভ কৰা পেনাল্টিৰ উপযুক্ত ব্যৱহাৰ কৰে আৰু ভাৰতক পৰাজয়ৰ মুখলৈ ঠেলি দিয়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.