Investigative reporting with dedication.

PUBG খেলুৱৈ সকলৰ বাবে দুখবৰ।আজি ভাৰত চৰকাৰে ১১৮ চীনা app নিষিদ্ধ ঘোষণা কৰে। এই নতুন App ৰ ভিতৰত আছে বহুল ভাৱে জনপ্ৰিয় PUBG। গতিকে এতিয়াৰ পৰা আপুনি আৰু PUBG খেলিব নোৱাৰিব। লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসনৰ পিছতে আজি ভাৰত চৰকাৰে এই সিদ্ধান্ত লয়।
উল্লেখযোগ্য যে ভাৰতত মুঠ ৩৩ মিলিয়ন PUBG খেলুৱৈ আছে। ইয়াৰে ১৩ মিলিয়নে দৈনিক এই খেল খেলে।


