অসমত পুনৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৷ কাছাৰৰ এগৰাকী ২৮ বছৰীয়া ব্যক্তি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ কালি তেওঁ চেন্নাইৰ পৰা আহিছিল৷ সম্প্ৰতি আক্ৰান্ত ব্যক্তিজন শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ৷ ইয়াকে লৈ অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পালে৷
A 28-year person from Cachar dist, who arrived from Chennai yesterday, has tested #COVID +. He is now under treatment at Silchar Medical College & Hospital.
↗️Total cases 97
↗️Recovered 41
↗️Active cases 52
↗️Deaths 2
↗️Migrated 2Update 6.55 pm / May 17#AssamCovidCount pic.twitter.com/AOYTwqKgL2
— Himanta Biswa Sarma (@himantabiswa) May 17, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.