হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে আইনী যুঁজ !

Share This Article

আদানি এণ্টাৰপ্ৰাইজৰ ইছ্যুু এইবাৰ পালেগৈ সৰ্বোচ্চ ন্যায়ালয়।আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ বিৰুদ্ধে জনস্বাৰ্থ জড়িত আৱেদন দাখিল এগৰাকী অধিবক্তাৰ।অধিবক্তা এম এল শৰ্মাই আদানিৰ বিৰুদ্ধে অভিযোগ অনা হিণ্ডেনবাৰ্গ প্ৰতিষ্ঠান আৰু ইয়াৰ প্ৰতিষ্ঠাতা নাথন এণ্ডাৰছনৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে৷তদুপৰি তেওঁ আদানি গ্ৰুপত বিনিয়োগ কৰা সকলৰ বাবে ক্ষতিপূৰণো দাবী কৰিছে৷আৱেদন খনত এণ্ডাৰচনক এজন শ্বৰ্ট চেলাৰ আখ্যা দি সাধাৰণ বিনিয়োগকাৰীক বিপদত পেলোৱাৰ বাবেও এণ্ডাৰচনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে এই আৱেদনৰ জৰিয়তে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.